কৃষ্ণফলক লিখন কৌশল | Social Science Black Board Writing Skill Micro Plan

In this post, you will learn how to make a social science micro lesson plan for the skill of blackboard writing in micro-teaching for B.Ed. course. These Social Science blackboard writing skill micro-teaching lesson plan is in the Assamese language. So, it will be very helpful for those who are pursuing B.Ed. Assamese medium. এই postটোত সমাজ বিজ্ঞান বিষয়ৰ বাবে এটা অণুশিক্ষণ পাঠ পৰিকল্পনা দিয়া হৈছে। পাঠ পৰিকল্পনাটো অণুশিক্ষণৰ কৃষ্ণফলক লিখন কৌশল (ব্লেকবোৰ্ড লিখনৰ কৌশল) কাৰণে দিয়া হৈছে।

কৃষ্ণফলক লিখন কৌশল | সমাজ বিজ্ঞান

অণুশিক্ষণ পাঠ পৰিকল্পনা | কৃষ্ণফলক লিখন কৌশল | সমাজ বিজ্ঞান

শিক্ষাদানত সততে ব্যৱহাৰ কৰা আৰু অতি প্ৰ্যোজনীয় আহিলা হ’ল ব্লেকবোৰ্ড বা কৃষ্ণফলক। প্ৰতিজন প্ৰশিক্ষণপ্ৰাপ্ত শিক্ষকে ব্লেকবোৰ্ড ব্যৱহাৰৰ কৌশল সমূহ আয়ত্ত কৰাতো অতি প্ৰয়োজনীয়। ব্লেকবোৰ্ড লিখনৰ কৌশলৰ মূল ওপকৰণ কেইটা তলত আলোচনা কৰা হ’ল।

সমাজ বিজ্ঞান বা অন্য কোনো বিষয়ৰ বাবে কৃষ্ণফলক লিখন কৌশল (ব্লেকবোৰ্ড লিখনৰ কৌশল) বাবে এটা অণুশিক্ষণ পাঠ পৰিকল্পনা প্ৰস্তুত কৰিবৰ বাবে কৌশল্টোৰ উপকৰণ সমূহ ভালদৰে জানি বুজি লোৱাটো উচ্চিত। তলত ব্লেকবোৰ্ড লিখনৰ উপকৰণ (Components on the skill of blackboard writing in Assamse are given below) সমূহ দিয়া হ’ল।

  • লিখনৰ স্পষ্টতা (Legibility)
  • আখৰৰ আকাৰ আৰু যথাৰ্থস্থিতি (Size ang allignment)
  • মূলকথা আলোকপাত কৰা (Highlighting the main point)
  • বোৰ্ডৰ ঠাইৰ সদ্ব্যৱহাৰ (Utilization of Space)
  • ব্লেকবোৰ্ড সাৰাংশ (Blackboard Summary)
  • শুদ্ধতা (Correctness)
  • শিক্ষকৰ অৱস্থান (Position of the teacher)
  • ছাত্ৰ-ছাত্ৰীৰ লগত যোগাযোগ (Contact with pupils)

While practicing the skill of blackboard writing in micro-teaching you have to keep in mind to follow all components of the skill wherever necessary. আপোনালোকে অণুশিক্ষণৰ সময়ত এই আটাইকেইতা কৃষ্ণফলক লিখন কৌশলৰ উপকৰণ সমূহ ব্যৱহাৰ কৰিবলৈ নাপহৰিব।

Social Science Micro Lesson Plan On Skill of BlackBoard Writing in Assamese For B.Ed.

Before we start our Social science micro-teaching lesson plan in Assamese for B.Ed., please have a look at the overview of this micro lesson plan. সমাজ বিজ্ঞানৰ (সমাজ অধ্যয়ন) অণুশিক্ষণ পাঠ পৰিকল্পনাটোৰ বিৱৰণ তলত দিয়া হ’ল।

  • কৌশল (Skill of the micro Plan): কৃষ্ণফলক লিখন কৌশল (Skill of Blackboard Writing)
  • শ্ৰেণী (Class): সপ্তম (Seven)
  • পাঠ (Topic): সম্পদ (Resources)

তথ্য চিনাক্তকৰণ (Identification of Data) :

বিষয়: সমাজ বিজ্ঞান
পাঠ: সম্পদ
শ্ৰেণী: সপ্তম
শিক্ষক প্ৰশিক্ষাৰ্থীৰ নাম :
সময় : ৭ মিনিট
তাৰিখ :

শিক্ষণীয় সঁজুলি (Teaching Point): চক, দাস্তাৰ, ৰঙীন চক , নিৰ্দেশাতুক দত্ত ।

প্ৰস্তাৱনা (Introduction to Blackboard Skill):

শিক্ষকজনে পাঠৰ নাম ঘোষণা কৰাৰ পাছত পাঠৰ নামটো কৃষ্ণফলকৰ ওপৰভাগৰ সোঁমাজত স্পষ্টকৈ লিখি দিব আৰু ৰঙীন চকেৰে আঁচতানি দিব ।

সম্পদ

বিকাশ (Development of the Skill of Blackboard Writing) :

শিক্ষকজনে পাঠৰ মূল বিষয়ত ছাত্ৰ-ছাত্ৰীৰ লগত চমুকৈ আলোচনা কৰিব আৰু আলোচিত বিষয়বস্তু সমূহ কৃষ্ণফলক লিখনৰ বিভিন্ন কৈশল যেনে স্পষ্টতা , শুদ্ধতা, যথাৰ্থস্থিতি, ছাত্ৰ-ছাত্ৰীৰ লগত সংযোগ স্থাপন আদি উপকৌশল সমূহ অৱলম্বন কৰি তলত দিয়াধৰণে কৃষ্ণফলকত লিখিব লাগিব ।

সম্পদ

সংজ্ঞা : মানুহৰ জীৱনধাৰণৰ বাবে প্ৰয়োজনীয় সকলোবোৰ বস্তুকেই সম্পদ বুলি কোৱা হয় । উদাহৰণ স্বৰূপে : বায়ু, পানী, সূৰ্যৰ ৰশ্মি, গছ-গছনি, ঘৰ-দুৱাৰ ।

সম্পদৰ প্ৰকাৰ : সম্পদ তিনিপ্ৰকাৰ :

  • ১) প্ৰাকৃতিক সম্পদ
  • ২) মানৱ সম্পদ
  • ৩) মানৱসৃষ্ট সম্পদ

১) প্ৰাকৃতিক সম্পদ : যিবোৰ বস্তু বা সামগ্ৰী প্ৰকৃতিৰ পৰা আহৰণ কৰা হয় তাকে প্ৰাকৃতিক সম্পদ বুলি কোৱা হয় ।

উদাহৰণ : বায়ু, পানী, মাটি, গছ-গছনি

২) মানৱ সম্পদ : যিসকল ব্যক্তি শাৰীৰিক আৰু মানসিকভাৱে কোনো উৎপাদন মুখী কাম কৰি সমাজৰ বিকাশত অৰিহনা আগবঢ়াবলৈ সক্ষম হয় সেইসকল ব্যক্তি হৈছে মানৱ সম্পদ ।

উদাহৰণ : শিল্পী, সাহিত্যিক, খেলুৱৈ ইত্যাদি ।

৩) মানৱসৃষ্ট সম্পদ : মানুহে জ্ঞান, বুদ্ধি, কৌশল খটুৱাই প্ৰাকৃতিক উপাদানসমূহ মানুহৰ প্ৰয়োজনীয় কামত ব্যৱহাৰ কৰাকে মানৱসৃষ্ট সম্পদ বোলে ।

উদাহৰণ : ৰাস্তা, ঘাট, দলং, বাসগৃহ, উদ্যোগ ।

সামৰণি (Conclusion of Social Science micro Plan in Assamese):

ছাত্ৰ-ছত্ৰীসকলে বিষয়বস্তুসমূহ নিজৰ টোকাবহীত লিখি লোৱাৰ পাছত শিক্ষকে দস্তাৰৰ সহায়ত কৃষ্ণফলকখন পৰোষ্কাৰ কৰি শ্ৰেণীকক্ষ ত্যাগ কৰিব ।

PDF – Blackboard Writing Skill Micro Plan for Social Science in Assamese | সমাজ বিজ্ঞান ব্লেকবোৰ্ড লিখন পাঠ পৰিকল্পনা

If you are facing any difficulties in reading and understanding the this Assamese language micro plan of social science than you may refer the PDF attachted below for your convience. তলত ওপৰত দিয়া সামাজ অধ্যয়ন অণুশিক্ষণ পাঠ পৰিকল্পনাটোৰ PDF দিয়া হৈছে।

Skill-3

The above PDF is of two pages. Click the up and down button to view the corresponding pages. There is also another method of making this Assamese language socal science micro plan. This is by making tables. I have given tabular versin of the above lesson plan.

কৃষ্ণফলক লিখন কৌশল | Social Science Black Board Writing Skill Micro Plan in Assamese
সমাজ বিজ্ঞান অণুশিক্ষণ পাঠ পৰিকল্পনা

ওপৰত ব্লেকবোৰ্ড লিখনৰ কৌশল কাৰণে অন্য এটা আৰ্হিত পাঠ পৰিকল্পনাটোঅ দিয়া হৈছে। You can write in any of this format according to your needs. If you find any mistake in this micro plan please let us know in the comment box.

Leave a Reply

Your email address will not be published.