উদ্দীপক ভিন্নতাৰ কৌশল (Stimulus Variation) | Social Science Micro Plan

In this post, you will get a social science micro lesson plan for micro-teaching in B.Ed. course. This social science micro lesson plan is for the skill of stimulus variation and is in the Assamese Language. এই টোত সমাজ বিজ্ঞানৰ এটা অণুশিক্ষণ পাঠ পৰিকল্পনা দিয়া হৈছে। পাঠ পৰিকল্পনাটো উদ্দীপক ভিন্নতাৰ কৌশল বাবে প্ৰস্তুত কৰা হৈছে।

উদ্দীপক ভিন্নতাৰ কৌশল (Stimulus Variation) সমাজ বিজ্ঞান | Social Science Micro Plan in Assamese

সমাজ বিজ্ঞান অণুশিক্ষণ পাঠ পৰিকল্পনা | উদ্দীপক ভিন্নতাৰ কৌশল – B.Ed.

শিক্ষাদানৰ সময়ত ছাত্ৰ-ছাত্ৰীসকলৰ মনোযোগ আকৰ্ষণ কৰা আৰু ইয়াক তিষ্ঠাই ৰখাৰ ক্ষেত্ৰত উদ্দীপক ভিন্নতাৰ কৌশলটোৰ অপৰিসীম। এই কৌশলৰ আঁৰত থকা গুৰুত্বপূৰ্ণ কথাখিনি তলত সংক্ষেপে আলোচনা কৰা হ”ল:

চকু, কাণ, নাক, ছাল আৰু জিভা এই পাঁচোটা ইন্দ্ৰিয়ৰ সহায়ত আমি বাহ্যিক জগতত ঘটি থকা পৰিবৰ্তনবিলাক জানিব পাৰোঁ। সেয়ে এই পাচোটা ইন্দ্ৰিয়ক জ্ঞানেন্দ্ৰিয় বুলিও কোৱা হয়। বাহ্যিক যিবোৰ কাৰ্য নাইবা ঘটনাই আমাৰ জ্ঞানেন্দ্ৰিয়ক উত্তেজিত কৰিব পাৰে, তাকে উদ্দীপক বোলা হয়। উদ্দীপকে আমাৰ জ্ঞানেন্দ্ৰিয়ত সংবেদন সৃষ্টি কৰাৰ ফলত ফলত আমাৰ অনুভুতিৰ সুষ্টি হয়।

মন কৰিবলগীয়া কথা হ’ল, কোনে ক্ষেত্রত যদি একপ্ৰকাৰৰ উদ্দীপকে একেৰাহে বহু সময় ধৰি মাত্ৰ এক প্ৰকাৰৰ সংবেদনহে সৃষ্টি কৰি থাকে স্বাভাত্বিকতে আমাৰ একে বিধ অনুভূতি সৃষ্টি হৈ থাকে। একেবিধ অনুভূতি দীৰ্থ সময়ৰ কাৰণে চলি থাকিলে আহাৰ মনত জড়তা জন্মে আৰু ফলস্বৰূপে মনোযোগ হ্ৰাস পায়।

Social Science Micro Lesson Plan For The Skill of Stimulus Variation in Assamese

In this post, you will learn how to make a social science micro lesson plan for Micro-teaching in B.Ed. course. This Assamese language social science micro lesson plan is for the skill of stimulus variation. This is just a sample micro lesson plan of social studies on stimulus variation skills in Assamese. With the help of this, you will be able to make a micro plan on any topic.

আমি এই postটোত সমাজ বিজ্ঞানৰ অণুশিক্ষণ পাঠ পৰিকল্পনা কেনেকৈ প্ৰস্তুত কৰিব লাগে তাকে শিকিম। পাঠ পৰিকল্পনাটোত ব্যৱহাৰ হোৱা অণুশিক্ষণৰ কৌশলটো হৈছে উদ্দীপক ভিন্নতাৰ কৌশল । এটা কথা মনত ৰাখিব যে যিকোনো কৌশলৰ বাবে পাঠ পৰিকল্পনা প্ৰস্তুত কৰোতে কৌশলটোৰ আৰু তাৰ উপকৰণ সমূহৰ বিষয়ে ভালদৰে জানি ল’ব।

Overview of the Social Science Stimulus Variation Skill Micro Plan:

The quick overview of this Assamese Languge social science micro lesson plan is given below. এই সমাজ অধ্যয়ন অণুশিক্ষণ পাঠ পৰিকল্পনাটোৰ বিষয়বস্তু বিলাক তলত দিয়া হ’ল।

  • কৌশল (Skill of Micro-Teaching): উদ্দীপক ভিন্নতাৰ কৌশল (Skill of Stimulus Variation)
  • বিষয় (Subject): সমাজ বিজ্ঞান (Social Science)
  • পাঠ (Topic): পৃথিৱীৰ প্ৰধান মণ্ডলসমূহ
  • শ্ৰেণী (Class): ষষ্ঠমান (Six)

Micro-Teaching Lesson Plan For B.Ed.

অণুশিক্ষণ পাঠ পৰিকল্পনা

বিষয় : সমাজ বিজ্ঞান (Social Science)

কৌশল: উদ্দীপক ভিন্নতাৰ কৌশল (Stimulus Variation)

তথ্য চিনাক্তকৰণ :

বিষয় : সমাজ বিজ্ঞান
পাঠ : পৃথিৱীৰ প্ৰধান মণ্ডলসমূহ
শেণী : ষষ্ঠমান
শিক্ষক প্ৰশিক্ষাৰ্থীৰ নাম :
সময় : ৭ মিনিট
তাৰিখ :

শিক্ষণীয় সঁজুলিসমূহ :

  • সাধাৰণ সঁজুলি : চক, দাস্তাৰ, কৃষ্ণফলক ।
  • বিশেষ সঁজুলি : পৃথিৱীৰ প্ৰধানমণ্ডলসমূহৰ সংচিত্ৰ ।

প্ৰস্তাৱনা (Introduction):

স্তৰশিক্ষকৰ কাৰ্যশিক্ষাৰ্থীৰ কাৰ্যউপকৌশল
প্ৰ  
স্তা
 
না
শিক্ষকে শ্ৰেণীকোঠাত সোমাই সকলোকে সম্ভাষণ জনাব আৰু ক’ব যে, আমি ইতিমধ্যে ‘সৌৰজগত আমাৰ পৃথিৱী’ পাঠটো আলোচনা কৰিলো । এতিয়া কোৱা –  

১) মানুহে বাস কৰা গ্ৰহটোৰ নাম কি ?
শিক্ষকৰ প্ৰতি সম্ভাষণ জনাই যথাযথ উত্তৰ দিবলৈ যত্ন কৰিব।  
– পৃথিৱী
  ছাত্ৰ-ছাত্ৰীৰ লগত সম্পৰ্ক স্থাপন       বিৰতি

বিকাশ (Development):

স্তৰ  শিক্ষকৰ কাৰ্য  শিক্ষাৰ্থীৰ কাৰ্যউপকৌশল
     
বি  
কা  
                         
বি      
কা        
                                                 
( প্ৰশ্ন কৰোঁতে শিক্ষকজনে অৰ্থপূৰ্ণভাৱে শ্ৰেণীকোঠাত গতি কৰিব । এটা সৰু বিৰতি দিব । ) শিক্ষাৰ্থী সকলৰ উত্তৰত শিক্ষকে সন্তোষ প্ৰকাশ কৰিব আৰু ক’ব যে, আজি আমি “পৃথিৱীৰ মণ্ডলসমূহ বিষয়ে আলোচনা কৰিম ।  

তোমালোক সকলোৱে মনোযোগেৰে শুনি যাবা ।                 শিক্ষকজনে পাঠটো আৰম্ভ কৰাৰ আগতে ছাত্ৰ-ছাত্ৰীসকলক এখ্ন সংচিত্ৰ দেখাব । ( সংচিত্ৰখন শেষ বেঞ্চত বহা ছাত্ৰ-ছাত্ৰীয়ে দেখিছেনে নাই তাৰ গম ল’ব । )    
তাৰপিছত শিক্ষকে চাৰিটা মণ্ডলৰ বিষয়ে বুজাব –                          
পৃথিৱীৰ উপৰিভাগৰ কঠিন অংশ য’ত আমি বাস কঁৰো তাকে স্থলমণ্ডল বা স্থলভাগ বোলা হয় ।                 
পৃথিৱীৰ উপৰিভাগৰ বিস্তীৰ্ণ দ-অংশবোৰত পানী জমা হৈ থাকে । পানীৰে ভৰি থকা অংশবোৰক জলভাগ বোলে ।                  

পৃথিৱীখনক আৱৰি থকা গেছীয় আৱৰণ্টোক বায়ুমণ্ডল বুলি কোৱা হয় । বায়ুমণ্ডলত নাইট্ৰজেন, অক্সিজেন, কাৰ্বনডাই-অক্সাইড অদি বিভিন্ন গেছ পোৱা যায় ।                

মানুহকে ধৰি বিভিন্ন জীৱজন্তু বসবাস কৰা স্থলমণ্ডলক একেলগে সামৰি জীৱমণ্ডল বুলি কোৱা হয় ।   শিক্ষকজনে পৃথিৱীৰ প্ৰধান মণ্ডলসমূহ যেনে – স্থলমণ্ডল, জলমণ্ডল, বায়ুমণ্ডল আৰু জীৱমণ্ডল চাৰিটা বিষয়ে ছাত্ৰ-ছাত্ৰীসকলক বুজাই দিয়াৰ পাছত শিক্ষকে তলত দিয়া ধৰণে শিক্ষাৰ্থীক নিদেৰ্শনা কৰি প্ৰশ্ন ক্ৰিব –  
১) পৃথিৱীৰ প্ৰধান মণ্ডল কেইটা ?  
২) পৃথিৱীৰ প্ৰধান মণষল কেইটা কি কি ?      
৩) পৃথিৱীৰ মণ্ডল চাৰিটা, তুমি এই উত্তৰটো সন্মত হয়নে ? (আন এজনক নিদেৰ্শনা দিব ।)  
 
ছাত্ৰ-ছাত্ৰীসকলে মনোযোগেৰে শুনিব ।              

ছাত্ৰ-ছাত্ৰীসকলে মনোযোগেৰে সংচিত্ৰখন চাব আৰু উত্তৰ দিবলৈ যত্ন কৰিব ।        


শিক্ষাৰ্থীসকলে শিক্ষকৰ কথাবোৰ মনোযোগেৰে শুনিব আৰু গুৰুত্বপূৰ্ণ কথাবোৰ টোকাবহীত লিখি যাব ।                  



শিক্ষকৰ আচৰণ নিৰীক্ষণ কৰিব ।        



১) চাৰিটা  


২) স্থলমণ্ডল, জলমণ্ডল আৰু জীৱমণ্ডল ।  

৩) হয় ।
 
স্বৰ প্ৰক্ষেপণ  


কেন্দ্ৰীভূত চাল-চলন, অংগী-ভংগ্গি সগ্বেদী মাধ্যমৰ পৰিৱৰ্তন ।        

( দৃশ্য – শ্ৰব্য ) শিক্ষকৰ উদ্দেশ্যভিত্তিক চাল-চলন চাক্ষুস সংযোগ        
শিক্ষকৰ অৰ্থ পূৰ্ণ চলন ।    

স্বৰ প্ৰক্ষেপণ ।        

চাক্ষুস সংযোগ আৰু সঞ্চালন ।          


অংগী-ভংগী স্বৰ প্ৰক্ষেপণ চাক্ষুস সংযোগ ।      

আন্তঃ ক্ৰিয়াৰ ধৰণ পৰিৱৰ্তন ( শিক্ষক ছাত্ৰৰ সম্পৰ্ক )    

আন্তঃ ক্ৰিয়াৰ ধৰণ পৰিৱৰ্তন ( ছাত্ৰ – ছাত্ৰৰ  সম্পৰ্ক )

সামৰণি (Conclusion):

স্তৰশিক্ষকৰ কাৰ্যশিক্ষাৰ্থীৰ কাৰ্যউপকৌশল
 
সা  
 
 
ণি  
শিক্ষকজনে শিক্ষৰ্থীসকলক সহযোগিতাৰ বাবে উপযিক্ত প্ৰশংসা প্ৰদান কৰিব আৰু ভৱিষ্যতৰ বাবে তেওঁলোকক আৰু উৎসাহিত কৰি তুলিব আৰু শিক্ষকে পুনৰ পাঠটোৰ কিছু প্ৰয়োজনীয় অংশ বৰ্ননা কৰি পাঠটো সামৰিব ।শিক্ষকৰ কথাবোৰ মনোযোগেৰে শুনিব ।শিক্ষক শিক্ষৰ্থীৰ সম্পৰ্ক    

কথনভংগীৰ পৰিৱৰ্তন আৰু অংগী ভংগী ।

PDF – সমাজ বিজ্ঞান পাঠ পৰিকল্পনা (উদ্দীপক ভিন্নতা) | Social Micro Plan in Assamese for B.Ed.

The above social studies micro plan which is in the Assamese Language may or may not be properly visible on all devices. So, I have uploaded the PDF version of this micro plan. This PDF has three pages in it. By clicking the up and down buttons on the toolbar you will be able to see the next pages. This PDF has 3 pages in it.

Skill-6

ওপৰত সমাজ অধ্যয়ন বিষয়ৰ উদ্দীপক ভিন্নতাৰ কৌশলৰ অণুশিক্ষণ পাঠ পৰিকল্পনাটোৰ PDF দিয়া হৈছে। PDFটোত মুঠ তিনিটা page আছে। যদি আপোনালোকে কিবা ভূল দেখা পায় তেন্তে তলত comment কৰি জনাব।

The format of the above micro plan may or may not be similar to the format used in your B.Ed. college. So, please verify or double-check before your final submission.

Leave a Comment