সন্ধানী প্ৰশ্নকৰণ (Probing Questioning) | Social Science Micro Lesson Plan

In this post, we will learn how to make a social science micro lesson plan on the skill of probing questioning for B.Ed. The language of this social science micro lesson plan is in the Assamese Language. এই Postটোত আপোনালোকে সমাজ বিজ্ঞানৰ সন্ধানী প্ৰশ্নকৰণ কৌশলৰ বাবে অণুশিক্ষণ পাঠ পৰিকল্পনা দিয়া হৈছে।

সন্ধানী প্ৰশ্নকৰণ কৌশল (Probing Questioning) | Social Science Micro Lesson Plan for B.Ed.

সন্ধানী প্ৰশ্নকৰণ কৌশল | সমাজ বিজ্ঞান অনুশিক্ষণ পাঠ পৰিকল্পনা – B.Ed.

Here in this post, I have given a social science micro lesson plan for micro-teaching in B.Ed. college. This social science lesson plan is for the skill of probing questions, which is made in the Assamese language. Those who are pursuing B.Ed. course in the Assamese language will be able to use this lesson plan for micro-teaching.

B.Ed. Micro-teachingৰ বাবে সমাজ বিজ্ঞান / সমাজ অধ্যয়ন বিষয়ৰ অণুশিক্ষণ পাঠ পৰিকল্পনা কেনেকৈ প্ৰস্তুত কৰিব লাগে তাকে দেখুওৱা হৈছে। পাঠ পৰিকল্পনাটোত ব্যৱহাৰ হোৱা অণুশিক্ষণৰ কৌশলটো হৈছে সন্ধানী প্ৰশ্নকৰণ কৌশল। ইয়াৰ দ্বাৰা আপোনালোকে সমাজ বিজ্ঞান বিষয়ৰ যিকোনো পাঠৰ বাবে সন্ধানী প্ৰশ্নকৰণ কৌশলৰ অণুশিক্ষণ পাঠ পৰিকল্পনা প্ৰস্তুত কৰিব পাৰিব।

Overview of the Social Science Lesson Plan in the Assamese Language

The overview of this Assamese Language social studies micro lesson plan is given below. The skill used, topic, class, and other information about this micro plan are given below for better understanding. তলত পাঠ পৰিকল্পনাটোৰ তথ্য বিলাক দিয়া হৈছে।

  • কৌশল (Skill of the micro Plan): সন্ধানী প্ৰশ্নকৰণ (Probing Questions
  • বিষয় (Subject): সমাজ বিজ্ঞান (Social Science)
  • পাঠ (Topic): নিৰ্বাচন আৰু নিৰ্বাচনী প্ৰক্ৰিয়া
  • শ্ৰেণী (Class) : সপ্তম (Seven)

Social Science Micro Lesson Plan on Probing Skill in Assamese For B.Ed.

তথ্য চিনাক্তকৰণ :

বিষয় : সমাজ বিজ্ঞান
পাঠ : নিৰ্বাচন আৰু নিৰ্বাচনী প্ৰক্ৰিয়া
শ্ৰেণী : সপ্তম
শিক্ষক প্ৰশিক্ষাৰ্থীৰ নাম :
সময় : ৬ মিনিট
তাৰিখ :

শিক্ষণীয় সঁজুলিসমূহ : চক, দাস্তাৰ, ব্লেকবৰ্ড ।

স্তৰশিক্ষকৰ কাৰ্যশিক্ষাৰ্থীৰ কাৰ্যউপকৌশল
প্ৰ   স্তা    
না
    শিক্ষকে শ্ৰেণীকোঠাটোত প্ৰৱেশ কৰি ছাত্ৰ-ছাত্ৰীক জনাব আৰু পাঠৰ নামটো স্পষ্টকৈ উল্লেখ কৰিব । ইয়াৰ পাছত তলৰ প্ৰশ্নসমূহ অৱতাৰণা কৰিব । (প্ৰতিটো প্ৰশ্ন সোধাৰ পিছত শিক্ষকে চমু বিৰতি দিব আৰু উত্তৰ দিবৰ বাবে ছাত্ৰ-ছাত্ৰীক সাদৃচ্ছিকভাৱে নিৰ্দেশ দিব । প্ৰয়োজন অনুসাৰে ইংগিত প্ৰদান কৰিব ।  ছাত্ৰ-ছাত্ৰীসকলে সম্ভাৱ্য উত্তৰ দিবলৈ তলত দিয়া ধৰণে চেষ্টা কৰিব ।        বাকপটুতা প্ৰশ্নকৰণৰ সকলো উপকৈশল প্ৰয়োগ কৰিব ।

বিকাশ (Development):

স্তৰ  শিক্ষকৰ কাৰ্য  শিক্ষাৰ্থীৰ কাৰ্যউপকৌশল
     
বি  
কা  
                          বি      
কা        
                                                     
বি     কা    
 
১) গণতন্ত্ৰত নিৰ্বাচনৰ কিয় প্ৰয়োজন ?   (প্ৰশ্নটো এজন ছাত্ৰ বা ছাত্ৰীক নিৰ্দিষ্ট কৰি সুধিব ) সঠিক উত্তৰৰ বাবে ইংগিত প্ৰদান কৰিব ।
 
ক) নিৰ্বাচন কাক বোলে ?                    
খ) নিৰ্বাচনৰ কেই প্ৰকাৰৰ ?      আৰু কি কি ?          

২) প্ৰত্যক্ষ নিৰ্বাচন কাক বোলে ?                

৩) গণতন্ত্ৰ মানে কি ?                  
৪) এখন গনতান্ত্ৰিক দেশৰ নাম কোৱা ।    

৫) চৰকাৰী প্ৰতিনিধিক কোনে নিৰ্বাচন কৰে ?    

৬) নিৰ্বাচন আৰু নিৰ্বাচনী প্ৰক্ৰিয়াক শক্তিশালী কৰিবলৈ নাগৰিকসকলৰ কি কি গুন থকা উচিত ?        

৭) গণতন্ত্ৰত নিৰ্বাচন প্ৰক্ৰিয়াটো কেনেধৰণে প্ৰয়োগ কৰা হ’য় ?  
১) শিক্ষাৰ্থীসকলে উত্তৰ দিব নোৱাৰি মৌন হৈ ৰ’ব ।    

ক) ভোটাৰ বা জনগণে নিৰ্দিষ্ট সময়ৰ অন্তৰে অন্তৰে তেওঁলোকৰ মাজৰ পৰা ভোটদানৰ জৰিয়তে প্ৰতিনিধি বাছি পঠিওৱা প্ৰক্ৰিয়াটোকে নিৰ্বাচন বোলে ।  

খ) দুই প্ৰকাৰৰ । প্ৰত্যক্ষ নিৰ্বাচন আৰু পৰোক্ষ নিৰ্বাচন ।    

২) যি নিৰ্বাচনত ভোটাৰ সকলে পোনপটিয়াভাৱে ভোটদান কৰি প্ৰতিনিধি নিৰ্বাচন কৰে তেনে নিৰ্বাচনক প্ৰত্যক্ষ নিৰ্বাচন বোলে ।  

৩) গণতন্ত্ৰ হ’ল কোনো ৰাষ্ট্ৰৰ এনে এক শাসন ব্যৱস্থা, য’ত প্ৰত্যেক নাগৰিকৰ নীতি নিৰ্ধাৰণ বা চৰকাৰী প্ৰতিনিধি নিৰ্বাচনৰ ক্ষেত্ৰত সমান অধিকাৰ থাকে ।  

৪) ভাৰতবৰ্ষ ।    

৫) জনসাধাৰণে ।    

৬)  শিক্ষিত, দূৰদৰ্শী, বিবেকগ্ৰস্ত গুণ থকা উচিত ।        

৭) গণতন্ত্ৰ ফ’ল কোনো ৰাষ্ট্ৰৰ (বা কোনো সংগঠনৰ ) এনে এটি শাসন ব্যৱস্থা য’ত প্ৰত্যেক নাগৰিকৰ নীতি নিৰ্ধাৰণ বা চৰকাৰী প্ৰতিনিধি নিৰ্বাচনৰ ক্ষেত্ৰত সমান অধিকাৰ থাকে । গণতন্ত্ৰ আইন প্ৰস্তাৱনা, প্ৰনয়ণ আৰু প্ৰয়োগৰ ক্ষেত্ৰত সকলো নাগৰিকৰ অংশগ্ৰহণৰ সমান অধিকাৰ পাবৰ কাৰণে গণতন্ত্ৰত নিৰ্বাচনৰ প্ৰয়োজন ।  
 
নিদিৰ্ষ্টকৰণ            

ইংগিত প্ৰদান          

উপৰঞ্চি তথ্য সন্ধান          

পুনৰ নিদেশৰ্না                  
পুনৰ নিবিষ্টকৰণ                
উপৰঞ্চি তথ্য  

পুনৰ নিদেশৰ্না

উপৰঞ্চি তথ্যৰ

সন্ধান              
সুচিন্তিত

সজাগতা বৃদ্ধি    

সামৰণি (Conclusion):

স্তৰশিক্ষকৰ কাৰ্যশিক্ষাৰ্থীৰ কাৰ্যউপকৌশল
সা  
 
 
ণি  
       শিক্ষকে ছাত্ৰ-ছাত্ৰীৰ যথাযথ উত্তৰ পোৱাৰ পাছত উত্তৰৰ বাবে প্ৰশংসা কৰিব আৰু ভৱিষ্যতৰ উন্নতিৰ বাবে উৎসাহিত কৰি পাঠ সামৰিব । শ্ৰেণীকোঠা ত্যাগ কৰিব ।  শিক্ষকৰ কথাবোৰ মনোযোগেৰে শুনিব ।   

PDF – সমাজ বিজ্ঞান পাঠ পৰিকল্পনা (সন্ধানী প্ৰশ্নকৰণ) | Social Studies Micro Plan (Probing Questioning)

The above micro plan may not properly visible in all devices. So, I have uploaded the PDF version of the above probing skill micro lesson plan. This PDF has three pages in it. By clicking the up and down arrow you will be able to view the next pages.

তলত সমাজ বিজ্ঞানৰ সন্ধানী প্ৰশ্নকৰণ কৌশলৰ অণুশিক্ষণ পাঠ পৰিকল্পনাটোৰ PDF দিয়া হৈছে। PDF টোত মুঠ তিনিতা পৃষ্ঠা আছে।

Skill-5

ওপৰৰ পাঠ পৰিকল্পনাটোত আপোনাৰ প্ৰয়োজন অনুসৰি সাল-সলনি কৰি ল’ব পাৰিব। যদি কিবা ভূল দেখা পায় তেন্তে তলত comment কৰি জনাই দিব।

The aabove lesson plan is just a example to show how to make a micro plan on probing skill in Assamese. The format may or may not similar to the format used in your B.Ed. College. So, make necessary changes before submitting.

Leave a Comment