Skip to content

পাঠ অৱতাৰণা কৌশল (Introducing A Lesson) | Social Science Micro Plan

In this post, you will get a ready-made micro-teaching lesson plan of social science for the skill of introducing a lesson in the Assamese language. This Social Science introduction skill lesson plan will be very helpful for those who are pursuing B.Ed. course in Assamese medium. এই Postটোত সমাজ বিজ্ঞান বা সমাজ অধ্যয়ন বিষয়ৰ বাবে এটা অণুশিক্ষণ পাঠ পৰিকল্পনা দিয়া হৈছে। ইয়াত ব্যৱহাৰ কৰা অণুশিক্ষণৰ কৌশলটো হৈছে পাঠ অৱতাৰণা কৌশল ।

পাঠ অৱতাৰণা কৌশল (Introducing A Lesson) | Social Science Micro Plan for B.Ed.

অণুশিক্ষণ পাঠ পৰিকল্পনা | পাঠ অৱতাৰণা কৌশল | সমাজ বিজ্ঞান

যিকোনো পাঠৰ আৰম্ভণিটো ফলপ্ৰসূ কৰি তুলিব নোৱাৰিলে পাঠদানত সম্পূৰ্ণ সফলতা লাভ কৰিব আশা কৰিব নোৱাৰি। সেয়ে প্ৰশিক্ষাৰ্থীসকলে পাঠ অৱতাৰণা কৌশল ভালদৰে আয়ত্ত কৰ উচ্চিত। তলত কৌশল্টোৰ উপকৰণ সম্মুহ আলোচনা কৰা হ’ল:

  • প্ৰাৰম্ভিক মনোযোগ আকৰ্ষণ (Preliminary Attention Gaining)।
  • সংগতিপূৰ্ণ পূৰ্বজ্ঞানৰ ব্যৱহাৰ (Use of Relevant Previous Knowledge)।
  • উপযুক্ত কৌশলৰ ব্যৱহাৰ (Use of Appropriate Device)।
  • বিষয়-বস্তুৰ লগত সুস্পষ্ট সম্ভন্ধ (Explicit Link with Content)।
  • ফলপ্ৰসূতা (Effectiveness)।

যিকোনো এটা কৌশলৰ বাবে এটা অণুশিক্ষণ পাঠ পৰিকল্পনা প্ৰস্তুত কৰা আগতে আমি কৌশল্টোৰ বিষয়ে ভালদৰে জানি লোৱাটো উচ্চিত। কৌশলটোৰ উপকৰণসমূহ কেনেকৈ ব্যৱহাৰ কৰিব লাগে তাক ভালদ্ৰে জানি ল’ব লাগে।

এই Postটোত আমি পাঠ অৱতাৰণা কৌশলৰ বাবে সমাজ বিজ্ঞান বিষয়ৰ বাবে এটা অণুশিক্ষণ পাঠ পৰিকল্পনা কেনেকৈ প্ৰস্তুত কৰিব পাৰো তাকে শিকিম। আমি “উন্নত জীৱনৰ প্ৰয়োজনসমূহ” বিষয়টোৰ ওপৰত পাঠ পৰিকল্পনাটো বনাম।

Social Science Micro Lesson Plan in Assamese (Skill of Introducing A Lesson) – সমাজ অধ্যয়ন অণুশিক্ষণ পাঠ পৰিকল্পনা

Please have a look at the overview of this social science micro lesson plan in Assamese language. এই সমাজ বিজ্ঞান বা সমাজ অধ্যয়ন অণুশিক্ষণ পাঠ পৰিকল্পনাটোৰ বিষয়বস্তুঅ বিলাক তলত দিয়া হ’ল:

  • পাঠ পৰিকল্পনাটোৰ কৌশল (Name of Skill): পাঠ অৱতাৰণা (Introducing A Lesson)
  • পাঠ (Topic of this Social Science Micro Plan in Assamese): উন্নত জীৱনৰ প্ৰয়োজনসমূহ
  • শ্ৰেণী (Class): ষষ্ঠ

Micro-Teaching Lesson Plan for B.Ed. (অণুশিক্ষণ পাঠ পৰিকল্পনা)

বিষয় : সমাজ বিজ্ঞান

কৌশল: পাঠ অৱতাৰণা কৌশল (Introducing A Lesson)

তথ্য চিনাক্তকৰণ :

বিষয় : সমাজ বিজ্ঞান
পাঠ : উন্নত জীৱনৰ প্ৰয়োজনসমূহ
শ্ৰেণী : ষষ্ঠ
শিক্ষক প্ৰশিক্ষাৰ্থীৰ নাম :
সময় : ৬ মিনিট
তাৰিখ :

শিক্ষণীয় সঁজুলি :

  • সাধাৰণ সঁজুলি : ব্লেকবৰ্ড, দাস্তাৰ
  • বিশেষ সঁজুলি : ঘড়ী আৰু মোবাইল ।

প্ৰস্তাৱনা (Introduction to the Topic/Social Science Micro Lesson Plan in Assamese)):

স্তৰশিক্ষকৰ কাৰ্যশিক্ষাৰ্থীৰ কাৰ্যউপকৌশল
প্ৰ
স্তা  
  না
      শিক্ষকে হাঁহি মুখেৰে শ্ৰেণী কোঠাত প্ৰৱেশ কৰি শিক্ষাৰ্থীসকলক সম্ভাষণ জনাব । প্ৰয়োজন অনুসাৰে তেওঁলোকৰ আসনসমূহ থানঠিত লগাব । তাৰ পাছতে লগত নিয়া সঁজুলিসমূহ টেবুলৰা একাষে ৰাখি ল’ব আৰু ছাত্ৰ-ছাত্ৰীসকলৰ প্ৰতি আকষিৰ্ত কৰিবলৈ যত্ন কৰিব ।  ছাত্ৰ-ছাত্ৰীসকলে মনোযোগেৰে শুনিব ।  প্ৰাৰম্ভিক মনোযোগ আকৰ্ষণ ।

বিকাশ ( Development):

স্তৰশিক্ষকৰ কাৰ্যশিক্ষাৰ্থীৰ কাৰ্যউপকৌশল
বি  
কা  
             

বি  
কা  
শিক্ষকজনে ছাত্ৰ-ছাত্ৰীসকলক ক’ব যে, আমি মূল বিষয়টি আলোচনা কৰাৰ আগতে তোমালোকৰ লগত কিছু কথা আলোচনা কৰিম । সেইবুলি কৈ শিক্ষক জনে ছাত্ৰ-ছাত্ৰীসকলক প্ৰশ্ন কৰিব –  

১) মানুহৰ মৈলিক প্ৰয়োজন সমূহ কি কি ?        

২) আদিম যুগৰ মানুহৰ স্থায়ী বাসস্থান আছিলনে ?  

৩) আদিম যুগৰ মানুহে কিহক আশ্ৰয় স্থল হিচাপে লৈছিল ?  

শিক্ষকে ঘড়ী আৰু মোবাইল দেখুৱাই প্ৰশ্ন কৰিব –  

১) ঘড়ী আৰু মোবাইল কি কি কামত ব্যৱহাৰ কঁৰো ?  

২) আদিম যুগত ঘড়ী আৰু মোবাইলৰ ব্যৱস্থা আছিল নে ?  

৩) মোবাইল আৰু ঘড়ী কিহৰ বাবে প্ৰয়োজন ?
অন্ন, বস্ত্ৰ আৰু বাসস্থান ।      

নাছিল ।    

পৰ্বতৰ গুহা, ডাঙৰ গছ-গছনিৰ তলত ।        

উত্তৰ দিব চেষ্টা কৰিব  

নাছিল    

উন্নত জীৱনৰ বাবে প্ৰয়োজন ।  
 প্ৰাৰম্ভিক মনোযোগ আকৰ্ষণ ।      

পূৰ্বজ্ঞানৰ ব্যৱহাৰ                    

পূৰ্বজ্ঞানৰ ব্যৱহাৰ      

বিষয়বস্তুৰ লগত সু-সম্পৰ্ক স্থাপন ।

সামৰণি (Conclusion of the Introduction Skill):

স্তৰশিক্ষকৰ কাৰ্যশিক্ষাৰ্থীৰ কাৰ্যউপকৌশল
 
সা  
 
 
ণি
          শিক্ষকে অৱতাৰণা কৰা প্ৰশ্নৰ সঠিক উত্তৰ পোৱাৰ পাছত ক’ব এইযে আমি এতিয়া আলোচনা কৰা সামগ্ৰীসমূহ এটি উন্নত জীৱনৰ বাবে প্ৰয়োজন হয় আৰু আজি আমি আলোচনা কৰিব লগা পাঠটোৰ নাম হ’ল –   “ উন্নত জীৱনৰ প্ৰয়োজনসমূহ” (আমাৰ ব্যক্তিগত আৰু সামাজিক প্ৰয়োজন ) ।           

এনেদৰে কৈ শিক্ষকে পাঠটোৰ নাম কৃষ্ণফলকত স্পষ্টকৈ লিখি দিব আৰু শিক্ষাৰ্থীসকলক লিখি ল’বলৈ ক’ব ।  
  শিক্ষাৰ্থীসকলে শিক্ষকৰ কথাবোৰ মনোযোগেৰে শুনিব ।          

পাঠটোৰ নাম টোকা বহীত লিখিব ।
 
বিষয়বস্তুৰ লগত সম্পৰ্ক স্থাপন ।

PDF – সমাজ বিজ্ঞান অণুশিক্ষণ পাঠ পৰিকল্পনা | পাঠ অৱতাৰণা কৌশল (Introduction Skill) – For B.Ed.

The above may not easily viewable in all devices, specially on mobile devices. So, I have attached the PDF version of this Assamese language social science micro-teaching lesson plan.

ওপৰৰ পাঠ পৰিকল্পনাটো যদি চোৱাত অসুবিধা হ’ব পাৰে। গতিকে তলত এই সমাজ বিজ্ঞানৰ অণুশিক্ষণ পাঠ পৰিকল্পনাটোৰ PDF দিয়া হৈছে। PDFটোত মুঠতে 2 page আছে।

Skill-2

If his PDF is not supporting in you device or if you are facing problem in viewing this PDF file then you have other option too. These are images of the above lesson plan.

Social Science Micro Plan in Assamese
সমাজ বিজ্ঞান অণুশিক্ষণ পাঠ পৰিকল্পনা | পাঠ অৱতাৰণা কৌশল

The format used in micro-teaching lesson plan vary from college to college. So, please check before your final submission. পাঠ পৰিকল্পনাটোত যদি কিবা ভূল থাকে তলত comment কৰিব।

4 thoughts on “পাঠ অৱতাৰণা কৌশল (Introducing A Lesson) | Social Science Micro Plan”

Leave a Reply

Your email address will not be published. Required fields are marked *