বাকপটুতাৰ প্ৰশ্নকৰণ | Fluency in Questioning Micro Plan for Social Science

Telegram Group Join Now
Youtube Channel Subscribe

ইয়াত সমাজ বিজ্ঞান বিষয়ৰ এটা অণুশিক্ষণ পাঠ পৰিকল্পনা দিয়া হৈছে। এইঅ সমাজ অধ্যয়নৰ অণুশিক্ষণ পাঠ পৰিকল্পনাটো বাকপটুতাৰ প্ৰশ্নকৰণ কৌশলৰ কাৰণে প্ৰস্তুত কৰা হৈছে।

In this post, you will learn how to make a social science micro lesson plan for the skill of fluency in questioning in the Assamese language. I will give you an example of a social science micro lesson plan for the fluency in questioning skill in micro-teaching.

বাকপটুতাৰ প্ৰশ্নকৰণ | Fluency in Questioning Micro Plan for Social Science

বাকপটুতাৰ প্ৰশ্নকৰণ কৌশল | সমাজ বিজ্ঞান অণুশিক্ষণ পাঠ পৰিকল্পনা

শিক্ষণ প্ৰক্ৰিয়াত প্ৰশ্নকৰণৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ। প্ৰশ্ন কৰাৰ জৰিয়তে শিক্ষকে অকল ছাত্ৰ-ছাত্ৰীৰ অগ্ৰগতিৰেই নলয়, ইয়াৰ দ্বাৰা নিজৰ শিক্ষণ দক্ষতা, শিক্ষন-পদ্ধতিৰ উপযোগিতা, ছাত্ৰ-ছাত্ৰীৰ সামৰ্থ্য আদিৰো মূল্যায়ন কৰে। ছাত্ৰ-ছাত্ৰী সকলক মনস্তাত্বিকভাৱেঅ নিয়ন্ত্ৰণত ৰাখিবলৈ প্ৰশ্নকৰণ এক উত্তম হাতিয়াৰো।

মুঠতে প্ৰশ্নকৰণৰ দ্বাৰা ছাত্ৰ-ছাত্ৰীৰ লগত যোগাযোগ ৰক্ষা কৰিব পাৰি, একঘেয়ামী দূৰ কৰিব পাৰি, ছাত্ৰ-ছাত্ৰীসকলক চিন্তা কৰাৰ বাবে উৎগনি দিব পাৰি, প্ৰতিযোগিতাৰ ভাব জগাই তুলিব পাৰি, শ্ৰেণী কোঠাত শৃংখলা আনিব পাৰি আৰু বুদ্ধিমত্তা অনুসৰি ছাত্ৰ-ছাত্ৰীসকলক চিনাক্তকৰণ কৰি তেওঁলোকৰ প্ৰতি বিশেষ শিক্ষণৰ ব্যৱস্থা কৰিব পাৰি।

প্ৰশ্নকৰণ কৌশলক দুটা প্ৰধান ভাগত ভাগ কৰিব পাৰি। তাৰে এটা হ’ল বাকপটুতাৰ প্ৰশ্নকৰণ কৌশল । আজি আমি ইয়াত B.Ed.ৰ অণুশিক্ষণৰ বাকপটুতাৰ প্ৰশ্নকৰণ কৌশল বাবে সমাজ বিজ্ঞানৰ এটা অণুশিক্ষণ পাঠ পৰিকল্পনা প্ৰস্তুত কৰিম।

বাকপটুতাৰ প্ৰশ্নকৰণ কৌশলৰ উপকৰণ – Components of The Skill of Fluency in Qustioning in Assamese

Before you start making your micro lesson plan for any skill of micro-teaching, it is very important to the components of that particular skill as well as the meaning of every comoponents. So, to make this social science micro lesson plan on fluency in questioning skill you should be aware of the every components of this skill.

Components to be used in this Assamese language social science micro lesson plan for the fluency in questioning skill are given below. বাকপটুতাৰ প্ৰশ্নকৰণ কৌশলৰ উপকৰণ (উপকৌশল) সমূহ তলত দিয়া হ’ল:

  • স্পষ্টতা (Clarity)
  • সংক্ষিপ্ততা (
  • প্ৰাসংগিকতা
  • নিদিৰ্ষ্টতা
  • বিৰতি (Pausing)
  • দ্ৰুততা (Pacing)
  • সু-সংগত
  • নিদিৰ্ষ্টকৰণ

এতিয়া আমি সমাজ বিজ্ঞানৰ অণুশিক্ষণ পাঠ পৰিকল্পনাটো প্ৰশ্নকৰণ কৌশলৰ বাবে কেনেকৈ প্ৰস্তুত কৰিব লাগে তকে শিকিম। With the help of this social study/science micro lesson plan which is in the Assamese language for questioning skill, you will learn how to make a questioning skill micro plan properly.

Social Science Micro Lesson Plan For Fluency in Questioning Skill in the Assamese Language for B.Ed.

A short overview of this Assamese Language social science micro lesson plan is given below. তলত এই প্ৰশ্নকৰণ কৌশলৰ পাঠ পৰিকল্পনাটোৰ চমু আভাসা দিয়া হৈছে।

  • কৌশল (Skill) : প্ৰশ্নকৰণ (বাকপটুতা), Fluency in Questioning
  • বিষয় (Subject): সমাজ বিজ্ঞান (Social Science)
  • পাঠ (Topic): নিৰ্বাচন আৰু নিৰ্বাচনী প্ৰক্ৰিয়া
  • শ্ৰেণী (Class): সপ্তম (Seven)
  • সময় (Time): ৫ মিনিট (5 minute)

তথ্য চিনাক্তকৰণ (Identification of Data) :

বিষয় : সমাজ বিজ্ঞান
পাঠ : নিৰ্বাচন আৰু নিৰ্বাচনী প্ৰক্ৰিয়া
শ্ৰেণী : সপ্তম
শিক্ষক প্ৰশিক্ষাৰ্থীৰ নাম :
সময় : ৫ মিনিট
তাৰিখ :

প্ৰস্তাৱনা (Introduction):

স্তৰশিক্ষকৰ কাৰ্যশিক্ষাৰ্থীৰ কাৰ্যউপকৌশল
প্ৰ  স্তা 
  না
পাঠদানৰ শেষত শিক্ষকে পাঠৰ লগত প্ৰশ্নৰ সংগতি ৰাখি প্ৰশ্নসমূহ প্ৰস্তুত কৰাৰ লগতে প্ৰত্যেক প্ৰশ্নৰ বিপৰীতে কিছুমানৰ সময়ৰ বিৰতি প্ৰদান কৰিব আৰু সাদৃশ্চিকভাৱে নিদিষ্ট কৰা শিক্ষাৰ্থীক উত্তৰ দিবলৈ ক’ব । শিক্ষকে শিক্ষাৰ্থীৰ প্ৰয়োজন আৰু মানসিক সামৰ্থৰ ওপৰত ভিত্তি কৰিন প্ৰশ্নবোৰ সুধিব ।  শিক্ষাৰ্থীসকলে উত্তৰ দিবলৈ চেষ্টা কৰিব ।   

বিকাশ (Development):

স্তৰ শিক্ষকৰ কাৰ্য শিক্ষাৰ্থীৰ কাৰ্যউপকৌশল
  
বি 
কা 
          
১) ভাৰতবৰ্ষত ভোটদানৰ নূন্যতম বয়স কিমান?  

২) নিৰ্বাচন কেইপ্ৰকাৰৰ?  

৩) নিৰ্বাচনৰ প্ৰকাৰ কেইটা কি কি ?          
৪) প্ৰত্যক্ষ নিৰ্বাচন কি ?                
৫) ভাৰতৰ ৰাষ্ট্ৰপতিক কোন প্ৰকাৰৰ নিৰ্বাচনৰ দ্বাৰা নিৰ্বাচন কৰা হয় ?  

৬) ভাৰতৰ দুটা ৰাষ্ট্ৰীয় দলৰ নাম কোৱা ?      

৭) ভাৰতৰ নিৰ্বাচন আয়োগ কোনে গঠন কৰে ?  
   
১) ১৮ বছৰ বুলি উত্তৰ দিব ।  

২) দুই প্ৰকাৰৰ ।  

৩) প্ৰত্যক্ষ নিৰ্বাচন আৰু পৰোক্ষ নিৰ্বাচন ।      

৪) যি নিৰ্বাচনত ভোটাৰ সকলে পোনপটিয়াভাৱে ভোটদান কৰি প্ৰতিনিধি নিৰ্বাচন কৰে তেনে নিৰ্বাচনক প্ৰত্যক্ষ নিৰ্বাচন বোলে ।  

৫) পৰোক্ষ নিৰ্বাচন ।  

৬) ভাৰতীয় জনতা পাৰ্টি আৰু ভাৰতীয় জাতীয় কংগ্ৰেছ ।  

৭) ৰাষ্ট্ৰপতিয়ে ।  
স্পষ্টতা    

সংক্ষিপ্ততা  

প্ৰাসংগিকতা            

নিদিৰ্ষ্টতা      

বিৰতি      

দ্ৰুততা    

সু-সংগত      

নিদিৰ্ষ্টকৰণ  

সামৰণি (conclusion):

স্তৰশিক্ষকৰ কাৰ্যশিক্ষাৰ্থীৰ কাৰ্যউপকৌশল
সা 
 
 
ণি 
       শিক্ষকে ছাত্ৰ-ছাত্ৰীৰ যথাযথ উত্তৰ পোৱাৰ পাছত উত্তৰৰ বাবে প্ৰশংসা কৰিব আৰু পাঠটোৰ তাৎপৰ্য চমুকৈ বৰ্ণনা কৰি শ্ৰেণীকোঠা ত্যাগ কৰিব ।    শিক্ষকৰ কথাবোৰ মনোযোগেৰে শুনিব ।   

Also Read: Social Science Questioning Skill Micro Lesson Plan

PDF – B.Ed. সমাজ বিজ্ঞান অণুশিক্ষণ পাঠ পৰিকল্পনা | প্ৰশ্নকৰণ কৌশল

তলত ওপৰত দিয়া সমাজ বিজ্ঞান (সমাজ অধ্যয়ন) প্ৰশ্নকৰণ কৌশলৰ অণুশিক্ষণ পাঠ পৰিকল্পনাটোৰ PDF Attach কৰি দিয়া হৈছে। I have attached the PDF of the above Social Science micro lesson plan which is in the Assamese Language. It will help you to make your own social study micro lesson plan for fluency in questioning skills.

The PDF may not properly be viewable on lower-end devices. So, I have given the pictures of the above mention micro lesson plan of social study.

বাকপটুতাৰ প্ৰশ্নকৰণ কৌশল | সমাজ বিজ্ঞান অণুশিক্ষণ পাঠ পৰিকল্পনা
Page – 1 (Social Micro Plan in Assamese)
Social Science Micro Plan in Assamese Language for Skill of Fluency in Questioning
Page – 2 (Social Micro Plan in Assamese)

Please note that the format of this lesson plan may not be 100% similar to the format used in your B.Ed. colleges. So, please verify before your final submission. এই পাঠ পৰিকল্পনাটোৰ format ঠাই ভেদে বেলেগও হ’ব পাৰে। গতিকে এবাৰ verifyৰ্কৰি ল’ব।

Leave a Comment