বিপৰীত শব্দ তালিকা | 300+ Antonyms in Assamese

Telegram Group Join Now
Youtube Channel Subscribe

In this post, you will get a list of Antonyms in Assamese (Biparit Shabda). There more than 300 antonyms for Assamese words in this list. These Antonyms will be very useful for class 5, class 6, and class 7 students of Assamese medium for their Assamese grammar. For class 8, 9, and 10 students we have uploaded another list of Antonyms for Assamese words.

বিপৰীত শব্দ বা বিপৰীতাৰ্থক শব্দৰ তালিকা | 150+ Antonyms in Assamese

ইয়াত অসমীয়া বিপৰীত শব্দ বা বিপৰীতাৰ্থক শব্দৰ এখন তালিকা দিয়া হৈছে। তালিকাখনত ১৫০ ৰো অধিক বিপৰীত শব্দ দিয়া হৈছে।

অসমীয়া বিপৰীত শব্দ বা বিপৰীতাৰ্থক শব্দৰ তালিকা – A list of Antonyms for Assamese Words

Before you start reading, you have to know the definition of Antonyms words in Assamese. প্ৰথমে বিপৰীতাৰ্থক শব্দ (Biparit Shabda) মানে কি জানো আহা।

বিপৰীতাৰ্থক শব্দ বা বিপৰীতাৰ্থক শব্দ কাক বোলে?

কোনো শব্দৰ ওলোটা অৰ্থ প্ৰকাশ কৰা শব্দকে বিপৰীতাৰ্থক শব্দ বোলা হয়। যেনে – ‘ভাল – এই শব্দৰ বিপৰীত অৰ্থ বুজোৱা শব্দ ‘বেয়া’। তলত এনে কিছুমান শব্দ আৰু সিহঁতৰ বিপৰীত অৰ্থ বুজোৱা শব্দ দিয়া হ’ল।

শব্দবিপৰীত শব্দ /
বিপৰীতাৰ্থক শব্দ
দিনৰাতি
ওখচাপৰ
চুটিদীঘল
সঁচামিছা
সাধুঅসাধু
পূৰুষতিৰোতা
ডাঙৰসৰু
স্বৰ্গমৰ্ত্য
ইকুলসিকুল
ইহকালপৰকাল
জন্মমৃত্যু
উপকাৰঅপকাৰ
শত্ৰুমিত্ৰ, বন্ধু
ঘৰচীয়াবনৰীয়া
ধনীদুখীয়া
শিক্ষিতঅশিক্ষিত
পণ্ডিতমূৰ্খ
বগাক’লা
গোটাজুলীয়া
পাৰ্থিৱঅপাৰ্থিৱ
সাৰ্থকঅসাৰ্থক
পৰিশ্ৰমীএলেহুৱা
আয়ব্যয়
লাভলোকচান
উচ্চনীচ
আদৰঅনাদৰ
সৌভাগ্যদুৰ্ভাগ্য
সুন্দৰকুৎচিত
মনোযোগঅমনোযোগ
স্বাধীনপৰাধীন
জয় পৰাজয়
দেশীবিদেশী
আপোনপৰ
দৃশ্যঅদৃশ্য
ন্যায়অন্যায়
অনুকূলপ্ৰতিকূল
বঢ়াটুটা
উৎকৃষ্টনিকৃষ্ট
পুৰস্কাৰতিৰস্কাৰ
প্ৰশংসাগৰিহনা
প্ৰৱেশপ্ৰস্থান
আগমনগমন
আশানিৰাশা
সধৱাবিধৱা
সপূত্ৰকঅপুত্ৰক
আশীৰ্বাদঅভিশাপ
সম্পদবিপদ
যশঅপযশ
আশ্ৰয়নিৰাশ্ৰয়
আগলৈপিছলৈ
অগ্ৰজঅনুজ
সাহসীভীৰু
বলীদুৰ্বলী, নিৰ্বলী
সাধাৰণঅসাধাৰণ
মনোনীতঅমনোনীত
উৎসাহনিৰুৎসাহ

অসমীয়া বিপৰীত শব্দৰ তালিকা – List of Antonyms in Assamese

বিপৰীত অৰ্থ বুজোৱা শব্দৰ তালিকা – 150+ Antonyms in Assamese Language

ছাত্ৰ-ছাত্ৰী সকলৰ সুবিধাৰ বাবে তলত বিপৰীত অৰ্থ বুজোৱা শব্দৰ আন এখন তালিকা দিয়া হৈছে। তালিকা খনত মূঠ ১৫০+ৰো অধিক শব্দৰ বিপৰীতাৰ্থক শব্দ দিয়আ হৈছে।

শব্দ      বিপৰীত অৰ্থ বুজোৱা শব্দ

অণু – বৃহৎ

অনুগ্ৰহ – নিগ্ৰহ

অনুৰাগ – বিৰাগ

অতিবৃষ্টি – অনাবৃষ্টি

অধম – উত্তম

অমৃত  – গৰল

অসুস্থ – সুস্থ

অসভ্য – সভ্য

গভীৰ – অগভীৰ

অভাৱ – উভৈনদী

আদান – প্ৰদান

ইহকাল – পৰকাল

উচিত – অনুচিত

উৰ্বৰ – অনুৰ্বৰ

উৎকৃষ্ট – নিকৃষ্ট, অপকৃষ্ট

উপস্থিত – অনুপস্থিত

আৱাহন – বিসৰ্জন

আকৰ্ষণ – বিকৰ্ষণ

আস্তিক – নাস্তিক

আপোন – পৰ

আচামী – ফৰিয়াদী

আপদ – নিৰাপদ

ইষ্ট – অনিষ্ট

আশা – নিৰাশা

আদৰ – অনাদৰ

আৰম্ভ – শেষ

ইহলোক – পৰলোক

পৰিমিত – অপৰিমিত

পাৰ্থক্য – সাদৃশ্য

প্ৰকৃত – অপ্ৰকৃত

প্ৰচুৰ – অলপীয়া, অপ্ৰচুৰ

উদয় – অস্ত

উন্নতি – অৱনতি

ঐক্য – অনৈক্য, পাৰ্থক্য

প্ৰাচীন – অৰ্বাচীন, আধুনিক

উপযুক্ত – অনুপযুক্ত

উত্তৰ – নিৰুত্তৰ

উত্তমৰ্ণ – অধমৰ্ণ

এতিয়া – তেতিয়া

ওপৰত – তলত

কৃপণ – খৰচী, ধোঁৱাখুলীয়া

দাতা – গ্ৰহীতা

ককাইদেউ – বাইদেউ

কুটিল – সৰল, উদাৰ

কৃটিম – স্বাভাৱিক, অকৃত্ৰিম

খাদ্য – অখাদ্য

খোৱা – নোখোৱা

গ্ৰহণ – বৰ্জন

গহীন – চঞ্চল, উতনুৱা

গোপন – প্ৰকাশ

চেতন – জড়, অচেতন

তিৰস্কাৰ – পুৰস্কাৰ

দ্ৰুত – মন্থৰ

দেৱতা – অসুৰ, দৈত্য,  দানৱ

নিৰ্মল – মলিন

নিদ্ৰা – জাগৰণ

নিষ্ঠুৰ – দয়ালু, মৰমিয়াল

নিন্দা – স্ততি, প্ৰশংসা

পৱিত্ৰ – অপৱিত্ৰ

জ্ঞাত – অজ্ঞাত

সৰল – জটিল, কুটিল

সপক্ষ – বিপক্ষ

স্থাৱৰ – অস্থাৱৰ

সুগম – দুৰ্গম

সুবিধা – অসুবিধা

সুৰ – অসুৰ

প্ৰত্যক্ষ – পৰোক্ষ

প্ৰাচ্য – পাশ্চাত্য, প্ৰতীচ্য

প্ৰাকৃত – বিকৃত

বন্ধন – মিক্তি

বদ্ধ – মিলন

বিৰহ – মিলন

বিখ্যাত – অখ্যাত

সুখ্যাত – সফলতা কুখ্যাত

বিফলতা – গৰ্ব, দুৰ্বিনয় সফলতা

বিনয় – গৰ্ব, দুৰ্বিনয়

বৈধ – অবিৰাম অবৈধ

বিৰাম – অবিৰাম

ভক্তি – অভক্তি

ভাই – ভৱিষ্যৎ ভনী

ভূত – ভৱিষ্যৎ

ভোটা – চোকা

মিহি – খহটা

মুখ্য – গৌণ

যোগ – বিয়োগ

শকত – খীণ, চেৰেলা

শান্ত – অশান্ত

শুভ – অশুভ

সম্পদ – বিপদ

সন্ধি – বিগ্ৰহ, বিসন্ধি

সহযোগ – অসহযোগ

সধৱা – বিধৱা

সজীৱ – নিৰ্জীৱ

ভাল – বেয়া, মন্দ

আদি – অন্ত, অনাদি

আচাৰ – অনাচাৰ

লাভ – লোকচান

প্ৰৱেশ – প্ৰস্থান

তপত – চেঁচা, ঠাণ্ডা

সুন্দৰ – কুৎসিত, আপচু

স্থিৰ – অস্থিৰ, চঞ্চল

হৰণ – পূৰণ

হ্ৰাস – বৃদ্ধি

উন্মুক্ত – অৱৰুদ্ধ

ন – পুৰণি

ক’লা – বগা

দিন – ৰাতি

উচ্ছৃঙ্খল – সুশৃঙ্খল

আন্ধাৰ – পোহৰ

গধুৰ – পাতল

দীঘল – চুটি

আকাশ – পাতাল

ডাঙৰ – সৰু

ধনী – দুখীয়া

দেনা – পাওনা 

জীৱন – মৰণ

ইচ্ছা – অনিচ্ছা

স্বাধীন – পৰাধীন

ওখ – চাপৰ

দ’ – বাম

পাপ – পুণ্য

নতুন – পুৰণি 

সুখী – দুখী

শত্ৰু – মিত্ৰ

আদি – অনাদি, অন্ত

গৰম – শীত

হাঁহি – কান্দোন

বাহিৰ – ভিতৰ

আয় – ব্যয়

অলপ – বেছি

স্বাৰ্থ – পৰাৰ্থ

উচ্চ – নীচ

জয় – পৰাজয়

শিক্ষিত – অশিক্ষিত

ভদ্ৰ – অভদ্ৰ

আশা – নিৰাশা

বিদ্বান – মূৰ্খ

স্বদেশ – বিদেশ

আৰম্ভ – শেষ

ৰজা  – প্ৰজা

শোক – হৰ্ষ

ধৰ্ম – অধৰ্ম

স্ৎ – অসৎ

বাদী – বিবাদী

যশ – অপযশ

অভ্যাস – অনভ্যাস

ওপৰ – তল

মিঠা – তিতা

টান – ঢিলা

আনন্দ – নিৰানন্দ

জাৰ – জহ

আগলৈ আমি যিমান পাৰো অধিক শব্দ অন্তভুক্ত কৰিবলৈ চেষ্টা কৰিম। In the future we try to add more and more Antonyms for Assamese words.

Leave a Comment