সমাৰ্থক শব্দ বা প্ৰতিশব্দ | Synonyms in Assamese

Telegram Group Join Now
Youtube Channel Subscribe

This is a list of Synonyms (Samarthak Shabda) in Assamese. This list of synonyms for Assamese words contains more than 100 words. This list is specially made for class 5, class 6, and class 7 students who are Assamese Medium students. It will be very helpful for them. For class 8 to 10 students, we have posted another that contains more Assamese synonyms words, and the level of difficulty is high.

১০০+ অসমীয়া সমাৰ্থক শব্দ বা প্ৰতিশব্দ - তালিকা | A list of Synonyms in Assamese

ইয়াত অসমীয়া সমাৰ্থক শব্দ বা প্ৰতিশব্দ বা একাৰ্থবোধক শব্দ একন তালিকা দিয়া হৈছে। তালিকা খনত মূঠ ১০০ৰো অধিক শব্দৰ সমাৰ্থক শব্দ দিয়া হৈছে।

১০০+ অসমীয়া সমাৰ্থক শব্দ বা প্ৰতিশব্দ – তালিকা | A list of Synonyms in Assamese

ওপজা, জন্মা, ভূমিষ্ঠ হোৱা, অভ্যুদয় হোৱা আদি শব্দবোৰৰপৰা আমি একেটা অৰ্থকে , বুজোঁ বা গ্রহণ কৰোঁ। আমি কথা কওঁতে বা লিখোঁতে যিটো শব্দ উপযুক্ত বা ভাব প্ৰকাশৰ বাবে প্ৰয়োজনীয় বুলি ভাবোঁ সেইটো শব্দকে ব্যৱহাৰ কৰোঁ। একে অৰ্থ বুজোৱা কেবাটাও শব্দৰ মাজৰপৰা উপযুক্ত অৰ্থ দান কৰিব পৰা শব্দটো ব্যৱহাৰ কৰাৰপৰা ভাষাৰ মান উন্নত হয়। কোৱা বা লিখা কথাখিনিৰ মৰ্যাদা বা মান্যতাৰ প্ৰতি লক্ষ্য ৰাখি এই শব্দবোৰ ব্যৱহাৰ কৰা হয়। যেনে – কাতি মাহৰ লক্ষ্মী পূৰ্ণিমা তিথিত বেজবৰুৱা উপজিছিল। কৃপাবৰে বেজবৰুৱা ভূমিষ্ঠ নহৈ নৌকাষ্ঠ হোৱা বুলি ৰগৰ কৰিছিল। মহাপুৰুষ শংকৰদেৱৰ অভ্যুদয় অসমৰ গৌৰৱ।

প্ৰতিশব্দ বা সমাৰ্থক শব্দ বা একাৰ্থবোধক শব্দ কাক বোলে? – Definition of Synonyms in Assamese

ওপৰৰ বাক্যকেইটাত মূলতঃ এটা অর্থ প্রকাশ কৰাৰ বাবেই বেলেগ বেলেগ একীৰ্থবোধক শব্দ প্ৰয়োগ কৰা হৈছে। এইদৰে একে অৰ্থ প্ৰকাশ কৰিব পৰা শব্দবোৰকে সমাৰ্থক শব্দ, একাৰ্থবোধক শব্দ বা প্ৰতিশব্দ বোলে। ছাত্ৰ-ছাত্ৰীসকলৰ সুবিধাৰ বাবে তলত প্ৰতিশব্দ কিছুমানৰ এখন তালিকা দিয়া হ’ল।

অসমীয়া প্ৰতিশব্দ বা একাৰ্থবোধক শব্দৰ তালিকা

Below is the list of synonyms for Assamese Words. I hope that students will be helpful. There are a lot of words we didn’t include in our list, but we include them as soon as possible.

শব্দসমাৰ্থক শব্দ বা প্ৰতিশব্দ
কলমকাপ, লেখনী
কামকৰ্ম, কৰম
খবৰবাতৰি, সংবাদ
খৰচব্যয়
গৰমতপত, উষ্ণ
গঙ্গাজাহ্নৱী, ভাহিৰথী, পদ্মা
গৰ্বঅহঙ্কাৰ, ফিতাহি, গৌৰৱ
ঘৰআলয়, গৃহ, ভৱন, কুটীৰ
ঘোঁৰাঅশ্ব, হয়, তুৰগ
ঘূৰণীয়াবৃত্তাকাৰ, গোলাকাৰ
চন্দ্ৰজোন, শশী, শশধৰ,
নিশাপতি
চকুনেত্ৰ, অক্ষি, আখি,
নয়ন, লোচন
চকাচক্ৰ, চকৰি
ছালচৰ্ম
ছবিচিত্ৰ
জননীমাতৃ, আই, মা
জুইঅগ্নি, বহ্নি, হুতাশন
জগতপৃথিৱী, ধৰা, ধৰিত্ৰী,
বসুধা
টকাধন, পইচা
ঠগীশৰাই, নৈবেদ্য
ঠগপ্ৰতাৰক, প্ৰৱঞ্চক
দুৰ্গাচামুণ্ডা, মহিষমেৰ্দ্দিনী,
কৌশিকী, কাত্যায়নী,
মঙ্গলচণ্ডী, জগদম্বা,
ভবানী, বাসন্তী, কল্যাণী,
শিৱানী, ইন্দ্ৰানী, মনসা,
উমা
নদীতটিনী, প্ৰৱাহিনী
নতুননবীন, অৰ্বাচীন
নাটকঅভিনয়, ভাওনা
নুমলীয়াশেষৰ, শেহতীয়া
পৰ্বতঅচল, গিৰি
পাৰ্গতনিপুণ, পটু
পানীজল, অপ, পয়
পদুমপদ্ম, কমল, নলিনী,
শতদল, সৰোজনী
পত্ৰচিঠি, খত
পাৰ্বতীগৌৰী, গৌৰবৰ্ণা, ভগৱতী,
দুৰ্গা, পদ্মাৱতী, বাসন্তী,
উমা, বগলামুখী, মঙ্গলচণ্ডী,
বাসন্তী, কমলা
পত্নীঘৈণী, তিৰোতা, অৰ্দ্ধাঙ্গিনী
ফুলপুষ্প
ফৌজসৈন্যবাহিনী, সৈন্যদল
বতাহবায়ু, পৱন, সমীৰণ
বাহু হাত, হস্ত, কৰ
বাসুদেৱশ্ৰীকৃষ্ণ, যাদৱ, নাৰায়ণ,
যদুপতি, মাধৱ
বনবননি, হাবি, অৰণ্য,
জঙ্ঘল
বাণীকথা, বাক্য, বচন
ভানুসূৰ্য, তপন, দিনকৰ,
সৱিতা, ৰবি, ভাস্কৰ
ভাৰতীসৰস্বতী, বীণাপাণি
ভাবুকচিন্তাশীল, কবি
ভয়ঙ্কৰভয়ানক
মূল্যদাম, দৰ
মৰমস্নেহ, আদৰ
মৃত্যুমৰণ, স্বৰ্গী, দেহান্তৰ,
শেষ নিশ্বাস
যত্নচেষ্টা, পুৰুষাৰ্থ
ৰণযুদ্ধ, যুঁজ
ৰংআনন্দ, স্ফুৰ্তি
ৰজানৃপতি, ভূপাল,
ভূপতি, মহীপাল
ৰমণীতিৰোতা, অবলা, নাৰী
ৰাগক্ৰোধ, খং
ৰাতিৰাত্ৰি, নিশা, ৰজনী
ৰত্নমাণিক, হীৰা, মুকুতা
ৰোগঅসুখ, বেমাৰ, নৰিয়া
লাহিনৰম, কোমল, লেহুকা
লাঠিটোকোন, লাখুটি
লোকমানৱ, মানুহ, মনুষ্য
ললিতসুন্দৰ, ধুনীয়া, সুৱদী
লোহিতলুইত, বৰনৈ, ব্ৰহ্মপুত্ৰ
শকতডাঙৰ, মোটা
শঙ্কৰশিৱ, মহাদেৱ, ভোলানাথ,
ত্ৰিনয়ন, চন্দ্ৰশেখৰ
শক্তিক্ষমতা, বল
শোণিততেজ, ৰক্ত
সৰলসহজ, পোন
সম্বলআহিলা, উপাদান
সাগৰসমুদ্ৰ, সিন্ধু
সৰোবৰজলাশয়, হ্ৰদ
সৰস্বতী বীনাপাণি, ভাৰতী
সত্যআচল, সঁচা, প্ৰকৃত
সব্যসাচীপাৰ্থ, অৰ্জুন, বৃহন্নলা
হাতবাহু, হস্ত, কৰ
হাতীগজ, হস্তী
হয়ঘোঁৰা, অশ্ব, তুৰগ
হৰশিৱ, শঙ্কৰ, দিগম্বৰ,
সদাশিৱ
হৰ্ষআনন্দ, উল্লাস, পুলক
হাবিবননি, অৰণ্য, বন,
জঙ্ঘল
হৰিভগৱান, শ্ৰীকৃষ্ণ, বাসুদেৱ,
কানাই, দৈৱকীনন্দন
হানিলোকচান, অপকাৰ, ক্ষতি
অচলস্থিৰ, পৰ্বত, স্থবিৰ
অন্তডুব যোৱা, মাৰ যোৱা
আৰ্হিচানেকি, উদাহৰণ, পটন্তৰ
আকাঙক্ষাইচ্ছা, আগ্ৰহ, হাবিয়াস
আধুনিকনতুন, অৰ্বাচীন
ইন্দ্ৰবাসৱ, শশীপতি, দেৱৰাজ
ঐৰাৱতহাতী, গজ, হস্তী
উত্তমশ্ৰেষ্ঠ, উৎকৃষ্ট
ঊষাৰাতিপুৱা, প্ৰাতঃ
উদৰপেট, গৰ্ভ

আগলৈ অধিক শব্দ অন্তভুক্ত ক্ৰা হ’ব।

Leave a Comment