সাধাৰন জ্ঞান

জানুৱাৰী মাহৰ কেইটামান গুৰুত্বপূৰ্ণ দিন

অসম চৰকাৰৰ নিযুক্তিৰ বাবে সাধাৰণ জ্ঞান

১ জানুৱৰী :   জনতাৰ দিন ৬ জানুৱাৰী :   যুদ্ধত অনাথসকলৰ আন্তৰ্জাতিক দিৱস

১০ জানুৱাৰী :   à¦¬à¦¿à¦¶à§à¦¬ হাস্য দিৱস। ১১ জানুৱাৰী :   লালবাহাদুৰ শাস্ত্ৰীৰ মৃত্যু দিৱস।

১২ জানুৱাৰী :   ৰাষ্ট্ৰীয় যুৱ দিৱস ১৫ জানুৱাৰী :   সেনা দিৱস। ১৭ জানুৱাৰী :   শিল্পী দিৱস। ২৩ জানুৱাৰী :   নেতাজী দিৱস

২৫ জানুৱাৰী :   ৰাষ্ট্ৰীয় পৰ্যটন দিৱস ২৬ জানুৱাৰী :   ভাৰতৰ গণতন্ত্ৰ দিৱস ৩০ জানুৱাৰী :   শ্বহীদ দিৱস