Social Science Micro Lesson Plan (অসমীয়াত) | Instructional Objective Writing

In this post, you will learn how to make a micro-teaching lesson plan of Social Science or Social Study for the skill of Writing instructional objectives in behavioral terms. This social science lesson plan is in the Assamese Language. ইয়াত সমাজ বিজ্ঞান বিষয়ৰ আচৰণ সুচক শব্দ ব্যৱহাৰ কৰি শিক্ষাদানৰ উদ্দেশ্যসমূহ লিখাৰ কৌশলৰ কাৰণে এটা অণুশিক্ষণ পাঠ পৰিকল্পনা দিয়া হৈছে।

Social Science Instructional Objective Writing Micro Lesson Plan in Assamese | সমাজ বিজ্ঞান অণুশিক্ষণ পাঠ পৰিকল্পনা

সমাজ বিজ্ঞান অণুশিক্ষণ পাঠ পৰিকল্পনা – আচৰণ সুচক শব্দ ব্যৱহাৰ কৰি শিক্ষাদানৰ উদ্দেশ্যসমূহ লিখাৰ কৌশল

শিক্ষণৰ উদ্দেশসমূহক দুটা ভগাব পাৰি। শিক্ষাৰ একোটা স্তৰ (যেনে, মাধ্যমিক স্তৰ)ত একোটা বিষয়ৰ জৰিয়তে সামাগ্রকভাৱে যিবোৰ ডদ্দেশ্য পূৰ্ণ কৰাৰ লক্ষ্য স্থিৰ কৰি লোৱা হয়, সেইবোৰক সেই বিষয়টোৰ সাধাৰণ উদ্দেশ্য (General Objectives) আৰু বিষটোৰ কোনো এক নিৰ্দিষ্ট পাঠত সুযোগ সাপেক্ষে যিবোৰ উদ্দেশা নিৰ্দিষ্ট কৰি লোৱা হয়, সেইবোৰক বিশেষ উদ্দেশ্য (Specttic Objectives) নাইবা শিক্ষাদানৰ উদ্দেশ্য (Instructional Objectives) বেলা হয়।

শিশুকেন্দ্ৰিক শিক্ষাদানৰ অন্তনিৰ্হিত অৰ্থ হ’ল ছাত্ৰ ছাত্ৰীৰ আচৰণৰ আকাংক্ষিত পাৰৱৰ্তন সাধন কৰা। শিক্ষা লাভৰ জৰিয়তে আগতে নজনা কথা এটা জানি তাক ক’ব পৰা নাইবা লিখব পৰা হোৱা, আগতে কৰিব নজনা কাম এটা কৰিবপৰা হোৱা, আঁকিব নজনা চিত্ৰ এটা আঁকিব পৰা হোৱা ইত্যাদিকে এই ক্ষেন্ত আচৰণৰ পাৰৱৰ্তন ৰূপে গণ্য কৰা হৈছে। ছাত্র ছাত্ৰীসকলে লিখিব পৰা, ক’বপৰা, ব্যাখ্যা কৰা, প্ৰদৰ্শন কৰা, সমাধান কৰা ইত্যাদি আচৰণ বুজোৱা শব্দবোৰক আচৰণসূচক শব্দ (Behavioural Terms) বোলা হৈছে।

এতিয়া আমি আচৰণ সুচক শব্দ ব্যৱহাৰ কৰি শিক্ষাদানৰ উদ্দেশ্যসমূহ লিখাৰ কৌশল ব্যৱহাৰ কৰি কেনেকৈ এটা অণুশিক্ষণ পাঠ পৰিকল্পনা প্ৰস্তুত কৰিব পাৰি তাকে শিকিম। উদাহৰণ স্বৰূপে আমি সমাজ বিজ্ঞানৰ পাঠ পৰিকল্পনা প্ৰস্তুত কৰিম।

Social Science Micro Lesson Plan in Assamese | অসমীয়াত সমাজ বিজ্ঞানৰ অণুশিক্ষণ পাঠ পৰিকল্পনা

This social science micro lesson plan in the Assamese language for the skill of writing Instructional Objectives is for B.d. pursuing students for Micro-Teaching. This micro lesson plan will be very helpful for those who are pursuing B.Ed. course in the Assamese language.

এই সমাজ বিজ্ঞানৰ অণুশিক্ষণ পাঠ পৰিকল্পনাটো B.Ed. কৰি থকা ছাত্ৰ-ছাত্ৰী সকলৰ উপযোগী হোৱাকৈ দিয়া হৈছে। এই পাঠ পৰিকল্পনাটো আচৰণ সুচক শব্দ ব্যৱহাৰ কৰি শিক্ষাদানৰ উদ্দেশ্যসমূহ লিখাৰ কৌশলৰ কাৰণে দিয়া হৈছে। ইয়াৰ সহায়ত আপোনালোকে যিকোনো বিষয়ৰ ওপৰত সমাজ বিজ্ঞানৰ অণুশিক্ষণ পাঠ পৰিকল্পনা প্ৰস্তুত কৰিবলৈ সক্ষম হ’ব।

মনত ৰাখিব যে এই পাঠ পৰিকল্পনাটো তৈয়াৰ কৰাৰ আগতে আচৰণসূচক শব্দ বাৱহাৰ কৰি শিক্ষাদানৰ উদ্দেশ্যসমূহ লিখা কৌশলৰ উপকৰণবোৰ জানি লোৱা উচ্চিত।

অণুশিক্ষণ পাঠ পৰিকল্পনা | বিষয়: মানচিত্ৰ

তথ্য চিনাক্তকৰণ:

বিষয় : সমাজ বিজ্ঞান
পাঠ : ‘মানচিত্ৰ’
শেণী : ষষ্ঠ
শিক্ষক শিক্ষাৰ্থীৰ নাম :
তাৰিখ :

শিক্ষণীয় বিষয়বস্তু : মানচিত্ৰৰ সংজ্ঞা, মানচিত্ৰৰ প্ৰকাৰ, মানচিত্ৰৰ উদাহৰণসহ ব্যাখ্যা ।

(ক) জ্ঞান :

  • শিক্ষাৰ্থীসকলে মানচিত্ৰৰ সংজ্ঞা দিব পাৰিব।
  • সকলো শিক্ষাৰ্থীয়ে মানচিত্ৰৰ প্ৰকাৰ কেইটা উদাহৰণসহ লিখিব পাৰিব।

(খ) বোধ:

  • সৰহসংখ্যক শিক্ষাৰ্থীয়ে মানচিত্ৰৰ বিভিন্ন প্ৰকাৰ সমূহ মাজত থকা পাৰ্থক্য ক’ব পাৰিব।
  • সৰহ সংখ্যক শিক্ষাৰ্থীয়ে মানচিত্ৰক ভূগোল অধ্যয়নৰ গুৰুত্বপূৰ্ণ আহিলা হিচাপে আখ্যা দিয়াৰ কাৰণসমূহ ব্যাখ্যা কৰিব পাৰিব।
  • সৰহ সংখ্যক ছাত্ৰ-ছাত্ৰীয়ে মানচিত্ৰৰ অতি কমেও ৩টা বৈশিষ্ট্য আলোচনা কৰিব পাৰিব।

(গ) প্ৰয়োগ:

  • সৰহ সংখ্যক শিক্ষাৰ্থীয়ে মানচিত্ৰ অংকনৰ সম্বন্ধে গুৰিত্ব ৰাখিঅ ঠাইসমূহ মানচিত্ৰত প্ৰয়োগ কৰিবলৈ শিকিব।
  • সৰহ সংখ্যক শিক্ষাৰ্থীয়ে মানচিত্ৰৰ শুদ্ধ অশুদ্ধতাৰ শেত্ৰত যুক্তি প্ৰদৰ্শন কৰিব পাৰিব।

(ঘ) কৈশল:

  • কিছু সংখ্যক শিক্ষাৰ্থীয়ে শুদ্ধ মানচিত্ৰ নিৰ্ণয়ৰ উপায় অৱলম্বন কৰি মানচিত্ৰ নিৰ্ণয় কৰিব পাৰিব।

PDF – Social Science Micro Plan in Assamese

Here I have attached the PDF of the above micro-teaching lesson plan of Social Science for the skill of writing instructional objectives in behavioral terms. ইয়াত ওপৰত দিয়া সমাজ বিজ্ঞানৰ অণুশিক্ষণ পাঠ পৰিকল্পনাটোৰ PDF দিয়া হৈছে।

অসমীয়াত সমাজ বিজ্ঞানৰ  অণুশিক্ষণ পাঠ পৰিকল্পনা | Social Science Micro Lesson Plan in Assamese

The format of this lesson plan may not be 100% similar to that of the format given in your B.Ed. college. So, please verify before your final submission. এই পাঠপৰিকল্পনাটোত যদি কিবা ভূল দেখা পায়, ভূল বিলাক আঙুলিয়াই দিব।

Leave a Comment