SEBA Class 10 Sanskrit (সংস্কৃত) | Chapter 3 | PDF

तृतीयः पाठः

गर्दभकुक्कुर : कथा PDF in Assamese

गर्दभकुक्कुर : कथा

 এই পাঠ্যাংশটো नारायण पण्डित বিৰচিত ‘हितोपदेश’—নামৰ পুথিখনৰ ‘सुहृदभेदः’, নামৰ অংশটোৰ পৰা লোৱা হৈছে। এটা কুকুৰ আৰু এটা গাধৰ বিষয়ে লিখা এই গল্পটোৰ মাজেৰে লেখকজনে এই নীতিশিক্ষা দিবলৈ বিচাৰিছে যে প্রত্যেকৰে কৰ্মক্ষেত্রৰ এক নির্দিষ্ট পৰিসীমা আছে, যিটো প্রত্যেকেই জনা উচিত। যি লোকে আনৰ কামত হস্তক্ষেপ কৰে আৰু আনৰ কাম নিজে কৰিবলৈ লয়, তাৰ পৰিণাম সদায় ভয়াবহ হয়।

This lesson is an extract from the section, ‘सुहदभेद’, of the book हितोपदेश written by नारायण पण्डित. It contains a story about a dog and a donkey through which the writer tries to convey the moral that every human being should know the limits of his domain of work. If a person tries to interfere with some other person’s action, he is bound to meet with evil consequences

अस्ति वाराणस्यां कर्पूरपटको नाम रजक:। स चैकदा सपरिवारो नैशभोजनं समाप्य निर्भरं प्रसुप्त:। तदनन्तरं तदगृहद्रव्याणि हर्तुं चौर: प्रविष्ट:। तस्य प्रांगणे गर्दभो बद्धस्तिष्ठति। कुक्कुरश्चोपविष्टीऽस्ति। अथ गर्दभ: श्वानमाह सखे, भवतस्तावदयं व्यापार:। तत् किमिति त्वमुच्चै: शब्दं कृत्वा स्वामिनं न जागरयसि? कुक्कुरो ब्रूते-भद्र, मम नियोगस्य चर्चा त्वया न कर्तव्या। त्वमेव किं न जानासि यथा तस्याहर्निशं गृहरक्षां करोमि? यतोऽयं चिरान्निर्वृतो ममोपयोगं न जानाति। तेनाधुना ममाहारदानेऽपि मन्दादर:। यतो विना विधुरदर्शनं स्वामिन उपजीविषु मन्दादरा भवन्ति। गर्दभो ब्रूते। शृणु रे बर्बर,

याचते कार्यकाले यःस किंभृत्य: स किंसुहृत्।

कुक्कुरो ब्रुते—

भृत्यान् संभावयेद् यस्तु कार्यकाले स किंप्रभु:।।

ततो गर्दभ: सकोपमाह-रे दुष्टमते, पापीयांरत्वं यदविपत्तौ स्वामिकार्योपेक्षां करोषि। भवतु तावत्, यथा स्वामी जागरिष्यति तन्मया कर्तव्यम्। यत:-

पृष्ठत: सेवयेदर्कं जठरेण हुताशनम्।

स्वामिनं सर्वभावेन परलोकममायया।।

इत्युकत्वातीव चीत्कारं कृतचान्। तत: स रजकस्तेन चीत्कारेण प्रबुद्धो निद्राभङ्गक्रोपादुत्थाय गर्दभं लगुडेन ताडयामास। तेनासौ पञ्चत्वमगमत्। अत: उच्यते—

पराधिकारचर्चां य: कुर्य्यात् स्वामिहितेच्छया।

स विषीदति चीत्काराद् गर्दभस्ताडितो यथा।।

শব্দার্থ : ( Sanskrit Word Meaning in Assamese )

वाराणस्याम्বাৰাণসীত, কাশীত/ in Benaras.
रजक:ধোবা/ washerman.
एकदाএদিনাখন/ one day.
सपरिवार:সপৰিয়ালে/ with the family.
समाप्यশেষ বা সমাপ্ত কৰি/ finishing.
निर्भरम्নিশ্চিন্তমনে, গভীৰভাৱে/ deeply, peacefully.
प्रांगणेচোতালত/ in the courtyard.
गर्दभ:এটা গাধ/ an ass.
श्वानम्কুকুৰটোক/ (to) the dog.
व्यापार:কাৰ্য্য, কর্ত্তব্য/ duty.
स्वामिनम्গৰাকীক/ (to) the owner.
चर्चाআলোচনা/ discussion.
निर्वृत:সন্তুষ্ট হৈ থাকি/ (being) satisfied.
उपयोगम्উপযোগিতা, প্রয়োজন/ utility, necessity.
विधुरকষ্ট, ভয়/ trouble, fear.
किंभृत्य:বেয়া লগুৱা/ bad servant.
सकोपम्খঙেৰে/ with anger.
दुष्टमतेহেৰ’ দুষ্টবুদ্ধি / 0 the evil-minded one.
विपत्तौআপদকালত/ in distress.
उपेक्षाঅৱহেলা, পৰিহাৰ/ disregard, discard.
प्रबुद्ध:সাৰ পোৱা/ awaken.
ताडयामासকোবাইছিল/ beat, stroke.
विषीदतिদুখ পায়, কষ্ট পায়/ Grieved,pained.

পাঠভিক্তিক ব্যাকৰণ (Textual Grammar)

गर्दभकुक्कुरकथागर्दभश्र्च कुक्कुरश्च गर्दभकुक्कुरौ (द्वन्द्व:), तयो:कथा (षष्ठी तत्पुरुष:)।
वाराणस्याम्अधिकरणे सप्तमी।
सपरिवार:परिवारेण सह वर्तमान: (बहुव्रीहि:)।
नैशभोजनम्नैशं भोजनम् (कर्मधारय:)।
हर्तुम्नैशं भोजनम् (कर्मधारय:)।
प्रविष्ट:√हृ + तुमुन्।
श्वानम्प्न-√विश् + क्त (पुं) सु।
कृत्वाकर्मणि द्वितीया।
जागरयसि√कृ + कत्बाच्
अहर्निशम्√जागृ + णिचू + लट् सि। अह: च निशा च (समाहार द्वन्द्व:)।
मन्दादर:मन्द: आदर: यस्य (बहुव्रीहिं:) स:।
विधुरदर्शनम्विधुरस्य दर्शनम् (षष्ठी तत्पुरुष:)।
याचते√याच् + लट् ते (आत्मने)।
किंभृत्य:कुतसित: भृत्य: (कर्मधारय:)।
किंसुहृत्कुतसित: सुहृत् (कर्मधारय:)।
किंप्रभु:कूतसित: प्रभु: (कर्मधारय:)।
विपत्तौअधिकरणे सप्तमी।
सेवयेत्√सेव् + णिच् + विधिलिङ् त।
प्रबुद्ध:प्र-√बुध् + क्त (पुं) सु।
चीत्कारेणहेतौ तृतीया विभक्ति:।
उत्थायउत्-√स्था + ल्यप्।
विषीदतिवि-√सद् + लट् ति।
चीत्कारात्हेतौ पञ्चमी।
त्वयाअनुक्ते कर्तरि तृतीया।

অনুশীলনী (Exercise)

1.   (क) रजक- জনৰ নাম কি?

What is the name of the रजक?

(ख) रजक-জনে ক’ত বাস কৰিছিল?

Where did the रजक live?

(ग) रजक- ৰ ঘৰত কোনে কোনে বাস কৰিছিল?

Who did live at the residence of the रजक?

(घ) रजक-ৰ ঘৰত কোন সোমাইছিল?

Who was entering into the रजकs house?

2. ঘৰত চোৰ সোমোৱাত গাধটোৱে কুকুৰটোক কি কৈছিল?

What did the ass tell the dog after entering the thief into the house?

3. গাধাটোৱে দিয়া পৰামৰ্শৰ উত্তৰত কুকুৰটোৱে তাৰ মনৰ ক্ষোভ কিদৰে প্রকাশ কৰিছিল?

How did the dog express his anger in reply to the advice of the ass?

4. বেয়া ভৃত্য আৰু বেয়া বন্ধু কোন?

Who is said to be a bad friend and a bad servant?

5. বেয়া গৰাকীনো কোন?

Who is invariably a bad owner?

6. গাধটোৰ মতে বিভিন্ন বস্তু আৰু ভিন্ ভিন্ জনৰ প্রতি কোন ব্যৱহাৰ আৰু সেৱা প্রদর্শন কৰা উচিত, উল্লেখ কৰাঁ।

Mention the type of conducts and services to be shown to various objects and persons, as stated by the ass.

7. আনৰ অধিকাৰ চৰ্চাৰ পৰিণাম কি?

What is the consequence of criticizing the rights and responsibilities of others?

8. তোমাৰ পাঠটোত থকা অব্যয় পদবোৰ বাচি উলিওৱাঁ।

Find out the indeclinables from your lesson.

9. তলত দিয়া পদবোৰ ব্যবহাৰ কৰি বাক্যৰচনা কৰা:

Frame sentences with the following words:

नाम, एकदा, न, किम्, एव, यथा, अधुना, विना, अपि, अतीव।

10. তলত দিয়া বাক্যকেইটাৰ বাচ্য পৰিৱৰ্ত্তন কৰাঁ :

Change the voice of the following sentences :

(a) मम नियोगस्य चर्चा त्वया न कर्तव्या।

(b) अयं ममोपयोगं न जानाति।

(c) तन्मया कर्तव्यम्।

11. পাঠত থকা ক্রিয়া পদবোৰ বাঁচি উলিয়াই সেইবোৰৰ কাল নিৰূপণ কৰাঁ।

Find out the verbs from the lesson and determine their tenses.

12. সন্ধি ভাঙা :

Disjoin the Sandhis in-

चैकदा, बद्धस्तिष्ठति, कुक्कुश्र्चोपविष्टऽस्ति, श्र्वानमाह, भवतस्तावदयं, त्वमुच्चै:, चिरान्निर्वृतो, तेनाधुना, ममाहारदानेऽपि, इत्युक्त्वातीव, तेनासौ, पञ्चत्वमगमत्।

13. পাঠত থকা ক্রিয়াপদবোৰ ব্যৱহাৰ কৰি একোটাকৈ বাক্য ৰচনা কৰাঁ :

Make sentences using the verbs contained in the lesson:

14. সমাস কাক বোলে? ই কেইপ্রকাৰৰ আৰু কি কি? তোমাৰ পাঠত থকা সমাসান্ত পদবোৰ বাচি আৰু প্ৰত্যেকৰ ব্যাসবাক্য লিখি সমাসৰ নাম লিখাঁ।

What is Samosa? Mention the different types of Samosa.

Find out the compounded words (समासान्त पदs) from the lesson and name and expound them.

Assamese Notes ( সংস্কৃতৰ টোকা ) : Sanskrit Chapter 3 – Class 10

हितोपदेश : পণ্ডিত বিষ্ণুশৰ্মাই ৰচনা কৰা पञ्चतन्त्र নামৰ পুথিখনৰ পাচতে সংস্কৃত সাহিত্যৰ দ্বিতীয়খন জনপ্রিয় উপদেশমূলক গল্প পুথি হৈছে পণ্ডিত নাৰায়ণ দেৱ ৰচিত हितोपदेश:। বঙ্গঁদেশৰ ৰজা ধৱলচন্দ্রৰ ৰাজসভাৰ কবি আছিল নাৰায়ণ পণ্ডিত ৷ তেওঁ ৰজা সুদর্শনৰ ৰাজকুমাৰকেইজনক সফল ৰাজনীতিক কৰি তুলিবলৈ हितोपदेश গ্রন্থখন ৰচনা কৰিছিল। পুথিখনিয়ে পাঠকসকলক ভাল-বেয়াৰ সম্যক্ জ্ঞান দি ভাল কাম কৰিবলৈ আৰু অসৎ কৰ্মৰ পৰা আঁতৰি থাকিবলৈ উপদেশ দিছে। গ্রন্থকাৰৰ মতে গ্রন্থ পঢ়িলে সংস্কৃতত পাৰ্গতালি, কথা-বতৰাত চতুৰালি আৰু নীতিশাস্ত্রৰ জ্ঞান জন্মে।

এই পুথিখন পৃথিৱীৰ বিভিন্ন ভাষালৈ অনূদিত হৈছে আৰু প্রায় দুহেজাৰ বছৰ ধৰি শিশুসকলৰ মাজত ই জ্ঞানৰ মৌকোঁহ বিলাই আহিছে।

हितोपदेश পুথিখনৰ ৪৩ টা গল্পৰ ভিতৰত ২৫ টা গল্পই বিষ্ণুশৰ্মাৰ पञ्चतन्त्र ৰ পৰা সংকলিত। গ্রন্থ খনৰ ভাগ চাৰিটা হ’ল — मित्रलाभ, सुहृदभेद, विग्रह আৰু सन्धि।

অতি সৰল সংস্কৃতত ৰচনা কৰা এই পুথিখনত মহাভাৰত আৰু অর্থশাস্ত্রৰ বহুতো নীতিপূর্ণ শ্লোক উদ্ধৃত কৰা হৈছে।

हितोपदेश : In fable literature in Sanskrit the हितोपदेश of Pandit Narayana comes next to the पञ्चतन्त्र in respect of popularity. Narayana is said to be the court poet of the king Dhavalachandra of Bengal. He composed the book to make the princes of king Sudarshana, able politicians. The book

imaparts the readers the knowledge of good and evil and advises them to do only the good deeds and to abstain from doing the evil ones The writer states that this book produces expertise in Sanskrit, eloquency in speech and knowledge of ethics. The book has been translated into various languages of the world. It has been delivering the nectar of knowledge and wisdom to the children for about two thousand years.

Out of the 43 stories of the हितोपदेश, 25 stories are from the पञ्चतन्त्र of विष्णुशर्मा. The four sections of the work are- मित्रलाभ, सुहृदभेद, विग्रह and सन्धि.

The book has been composed in very simple Sanskrit and it contains a good number of verses full of moral lessons from Mahabharata and the Arthashastra.

Leave a Comment