ইয়াত বি এড প্ৰশিক্ষাৰ্থী সকলৰ বাবে অসমীয়া মাধ্যমত বিজ্ঞানৰ পাঠ পৰিকল্পনা দিয়া হৈছে। এই বিজ্ঞানৰ পাঠ পৰিকল্পনাটোৰ বিষয়বস্তু হৈছে – কোষৰ গঠন আৰু অংশসমূহ । In this post, I have given a science lesson plan on the “cell structure and parts” for B.Ed. trainee in the Assamese Language.

Science Lesson Plan on Cell in Assamese for B.Ed. | কোষৰ গঠন আৰু অংশসমূহ পাঠ পৰিকল্পনা
বি এড ৰ বাবে বিজ্ঞান পাঠ পৰিকল্পনা – অসমীয়া মাধ্যমত
বিদ্যালয়ঃ শ্ৰেণীঃ অষ্টম শিক্ষাৰ্থীৰ সংখ্যাঃ ৩০ গড় বয়সঃ ১৩+ বছৰ সময়ঃ ৪০ মিনিট | বিষয়ঃ বিজ্ঞান বিষয়বস্তুঃ পাঠ্যপুথিঃ বিজ্ঞান, NCERT/SCERT শিক্ষয়িত্ৰীঃ তাৰিখঃ |
সাধাৰণ উদ্দেশ্য: ১ নং পাঠ পৰিকল্পনাত উল্লেখ কৰা হৈছে ।





