I am giving you a science lesson plan on the topic “Stars and Moon” in the Assamese language for B.Ed. pursuing students or trainees. This lesson plan is for the science method paper. ইয়াত বি এড প্ৰশিক্ষাৰ্থী সকলৰ বাবে বিজ্ঞানৰ পাঠ পৰিকল্পনা এটা দিয়া হৈছে। পৰিকল্পনাটোৰ বিষয়বস্তু হৈছে – তৰা আৰু চন্দ্ৰ ।

বিজ্ঞানৰ পাঠ পৰিকল্পনা – তৰা আৰু চন্দ্ৰ | Lesson Plan on Stars and Moon in Assamese for B.Ed.
The topic of this science lesson plan on stars and the moon which is in the Assamese language is taken from the NCERT/SCERT book of class 8. So, this lesson plan will be very helpful for teaching general science in class 8 by a B.Ed. pursuing student or a trainee in practice teaching.
তলত দিয়া অসমীয়া মাধ্যমৰ পাঠ পৰিকল্পনাটো অষ্টম মান শ্ৰেণীৰ পাঠ্য-পুথিৰ পৰা লোৱা হৈছে।
B.Ed.ৰ বাবে বিজ্ঞান পাঠ পৰিকল্পনা – তৰা আৰু চন্দ্ৰ | Science Lesson Plan on Stars and Moon of Class 8 for B.ed. students
বিদ্যালয়ঃ শ্ৰেণীঃ অষ্টম শিক্ষাৰ্থীৰ সংখ্যাঃ ২৫ গড় বয়সঃ ১৩+ বছৰ সময়ঃ ৪০ মিনিট | বিষয়ঃ বিজ্ঞান বিষয়বস্তুঃ তৰা আৰু চন্দ্ৰ পাঠ্যপুথিঃ বিজ্ঞান, NCERT/SCERT শিক্ষয়িত্ৰীঃ তাৰিখঃ |
সাধাৰণ উদ্দেশ্য: ১ নং পাঠ পৰিকল্পনাত উল্লেখ কৰা হৈছে ।



