এই Post টোত বি এড প্ৰশিক্ষাৰ্থী সকলৰ বাবে অসমীয়া মাধ্যমত বিজ্ঞানৰ পাঠ পৰিকল্পনা এটা দিয়া হৈছে। পাঠ পৰিকল্পনাটোৰ বিসয়বস্তু হৈছে – উদ্ভিদৰ পৰিপুষ্টি (অষ্টম শ্ৰেণী)। I have given a science lesson plan which is in Assamese language for the B.Ed. pursuing trainee or students. The topic of this science lesson plan is Nutrition in Plants.

Nutrition in Plants Lesson Plan in Assamese for B.Ed. | উদ্ভিদৰ পৰিপুষ্টি পাঠ পৰিকল্পনা
বিজ্ঞান পাঠ পৰিকল্পনা (উদ্ভিদৰ পৰিপুষ্টি) | Science Lesson Plan in Assamese
বিদ্যালয়ঃ শ্ৰেণীঃ সপ্তম শিক্ষাৰ্থীৰ সংখ্যাঃ ৩০ গড় বয়সঃ ১২+ বছৰ সময়ঃ ৪০ মিনিট | বিষয়ঃ বিজ্ঞান বিষয়বস্তুঃ উদ্ভিদৰ পৰিপুষ্টি পাঠ্যপুথিঃ বিজ্ঞান, NCERT/SCERT শিক্ষয়িত্ৰীঃ তাৰিখঃ |
সাধাৰণ উদ্দেশ্য: ১ নং পাঠ পৰিকল্পনাত উল্লেখ কৰা হৈছে ।



