Skip to content

পাঠ পৰিকল্পনা | উদ্ভিদৰ বিষয়ে জানো আহা

In this post, I have posted a science lesson plan on the topic Getting to Know Plants for B.Ed. trainee/student in the Assamese language. ইয়াত B.Ed. (বি.এড.) প্ৰশিক্ষাৰ্থী সকলৰ বাবে বিজ্ঞানৰ পাঠ পৰিকল্পনা দিয়া হৈছে। পাঠ পৰিকল্পনাটোৰ বিষয়বস্তু হৈছে – উদ্ভিদৰ বিষয়ে জানো আহা ।

পাঠ পৰিকল্পনা | উদ্ভিদৰ বিষয়ে জানো আহা

Lesson Plan on Getting to Know Plants in Assamese | উদ্ভিদৰ বিষয়ে জানো আহা পাঠ পৰিকল্পনা

Bellow, you will get a complete lesson plan on the topic “Getting to know plants” which is taken from the class VI NCERT/SCERT book. তলত বিজ্ঞানৰ এটা পাঠ পৰিকল্পনা দিয়া হ’ল। পাঠ পৰিকল্পনাটোৰ বিষয়বস্তু হ’ল: উদ্ভিদৰ বিষয়ে জানো আহা।

পাঠ পৰিকল্পনা

বিদ্যালয়ঃ
শ্ৰেণীঃ ষষ্ঠ (VI)
শিক্ষাৰ্থীৰ সংখ্যাঃ
গড় বয়সঃ ১১+ বছৰ
সময়ঃ ৪০ মিনিট
বিষয়ঃ বিজ্ঞান
বিষয়বস্তুঃ উদ্ভিদৰ বিষয়ে জানো আহা
পাঠ্যপুথিঃ বিজ্ঞান, NCERT/SCERT
শিক্ষয়িত্ৰীঃ
তাৰিখঃ

সাধাৰণ উদ্দেশ্য:

১। ছাত্ৰ-ছাত্ৰীসকলক বৈজ্ঞানিক নীতি-নিয়ম, চৰ্ত, সূত্ৰ, বীধি আদিৰ জ্ঞান প্ৰদান কৰা।

২। ছাত্ৰ-ছাত্ৰীসকলক বিভিন্ন বৈজ্ঞানিক নীতি-নিয়ম, চৰ্ত, সূত্ৰ, বীধি আদি উদাহৰনসহ বৰ্ণনা কৰিব পৰা কৰি তোলা।

৩। ছাত্ৰ-ছাত্ৰীসকলৰ বৈজ্ঞানিক মনোভাৱ আৰু বৈজ্ঞানিক মেজাজৰ বিজ্ঞান সাধন কৰা।

৪। ছাত্ৰ-ছাত্ৰীসকলক দৈনন্দিন জীৱনত সন্মুখীন হোৱা সমস্যাসমূহ বিভিন্ন বৈজ্ঞানিক নীতি প্ৰয়োগ কৰি সমাধান কৰিব পৰা কৰি তোলা।

৫। ছাত্ৰ-ছাত্ৰিসকলৰ মাজত পৰ্যবেক্ষণৰ অভ্যাস, অনুসন্ধিৎসু মনোভাৱ, শ্ৰেণীবিভাজন আৰু পদ্ধতিগত চিন্তন আদিৰ বিকাশ ঘটোৱা।

৬। ছাত্ৰ-ছাত্ৰীসকলৰ মাজত প্ৰকৃতিৰ প্ৰতি ভালপোৱা আৰু সংৰক্ষণৰ মনোভাৱ গঢ়ি তোলা।

৭। ছাত্ৰ-ছাত্ৰী সকলৰ সমস্যা সমাধান ক্ষমতা বৃদ্ধী কৰা।

৮। বিজ্ঞান শিক্ষাৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীসকলৰ চৌপাশে ঘটি থকা ঘটনা বা বস্তুৰ ওপৰত কৌতূহল বৃদ্ধি কৰা।

৯। বিজ্ঞানৰ প্ৰাথমিক নীতিসমূহ প্ৰয়োগ কৰি কৃষি, স্বাস্থ্য, শক্তি ইত্যাদি সম্পৰ্কিত সমস্যা সমূহ সমাধান কৰিবলৈ শিকোৱা।

১০। বিজ্ঞান শিক্ষাৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীসকলক সৃজনীশীল কৰি তোলা।

১১। বিজ্ঞান শিক্ষাৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীক সামাজিক, ভৌতিক আৰু বৈষয়িক পৰিবেশৰ বিষয়ে চিনাকি কৰি দিয়া।

বিশেষ উদ্দেশ্য:

বিজ্ঞান পাঠ পৰিকল্পনা - উদ্ভিদৰ বিষয়ে জানো আহা
Page 1
অসমীয়া মাধ্যমত বিজ্ঞানৰ পাঠ পৰিকল্পনা
Page 2
Science lesson plan in Assamese language
Page 3
Lesson Plan for B.Ed. in Assamese Language
Page 4
Page 5
Page 6

Above, I have given the complete lesson plan for the topic “Getting to Know plants” for B.Ed. trainee for their peer teaching and practice teaching and teaching internship. If you found any mistakes please let us know in the comment.

Leave a Reply

Your email address will not be published. Required fields are marked *