ইয়াত বি এড প্ৰশিক্ষাৰ্থী সকলৰ বাবে অসমীয়া মধ্যমত বিজ্ঞানৰ এটা পাঠ পৰিকল্পনা দিয়া হৈছে। এই পাঠ পৰিকল্পনাটোৰ বীষয়বস্তু হৈছে – শিখা । To help you in making a lesson plan for your science method paper, I have given a sample science lesson plan on Flames for B.Ed. pursuing trainee or students. This science lesson plan on flame is in the Assamese language.

Lesson Plan on Flame in Assamese for B.Ed. | বিজ্ঞান পাঠ পৰিকল্পনা – শিখা
বিজ্ঞান বিষয়ৰ বি এড প্ৰশিক্ষাৰ্থী সকলৰ উপযোগী হোৱাকৈ ইয়াত অষ্টম শ্ৰেণীৰ শিখা বিষয়বস্তু ওপৰত অসমীয়া মাধ্যমত বিজ্ঞানৰ পাঠ পৰিকল্পনা দিয়া হৈছে। The complete lesson plan on Flame in Assamese for B.Ed. science method paper is given below.



