Are you searching for a ready-made science lesson plan in the Assamese language for B.Ed.? Here I am providing a ready-made science lesson plan on the topic of Air Pollution in the Assamese Language. ইয়াত বি এড প্ৰশিক্ষাৰ্থী সকলৰ বাবে বায়ু প্ৰদূষণৰ ওপৰত বিজ্ঞানৰ পাঠ পৰিকল্পনা দিয়া হৈছে।

বিজ্ঞানৰ পাঠ পৰিকল্পনা – বায়ু প্ৰদূষণ | Lesson Plan on Air Pollution in Assamese for B.Ed.
এই বিজ্ঞানৰ পাঠ পৰিকল্পনাটোৰ বিষয়বস্তু হৈছে – বায়ু প্ৰদূষণ । বিষয়বস্তুটো NCERT/SCERT অষ্টম শ্ৰেণীৰ পাঠ্য-পুথিৰ পৰা লোৱা হৈছে। আপোনালোকৰ সুবিধাৰ বাবে এই পাঠ পৰিকল্পনাটো দিয়া হৈছে।
This lesson plan on Air Pollution which is in the Assamese language will be very helpful for you if you are pursuing B.Ed. and need help in making a lesson plan.
Science Lesson Plan on air Pollution – Class 8 NCERT / SCERT
বিদ্যালয়ঃ শ্ৰেণীঃ অষ্টম শিক্ষাৰ্থীৰ সংখ্যাঃ গড় বয়সঃ ১৩+ বছৰ সময়ঃ ৪০ মিনিট | বিষয়ঃ বিজ্ঞান বিষয়বস্তুঃ বায়ু প্ৰদূষণ পাঠ্যপুথিঃ বিজ্ঞান, NCERT/SCERT শিক্ষয়িত্ৰীঃ তাৰিখঃ |
সাধাৰণ উদ্দেশ্য: ১ নং পাঠ পৰিকল্পনাত উল্লেখ কৰা হৈছে ।



