In this post, I will teach how to make a science lesson plan for B.Ed. course. I will give you a sample science lesson plan on Combustion in the Assamese language. This lesson plan will help you to understand how to make a science lesson plan during your B.Ed. practice teaching period. দহন বিষয়বস্তু ওপৰত বিজ্ঞানৰ পাঠ পৰিকল্পনা দিয়া হৈছে।

বিজ্ঞান পাঠ পৰিকল্পনা – দহন | Lesson Plan on Combustion in the Assamese Language
এই Postটোত বি এড প্ৰশিক্ষাৰ্থী সকলৰ বাবে অসমীয়া মাধ্যমত বিজ্ঞানৰ পাঠ পৰিকল্পনা দিয়া হৈছে। পাঠ পৰিকল্পনাটোৰ বিষয়বস্তু হৈছে – দহন (অষ্টম শ্ৰেণীৰ বাবে) । The topic of this lesson plan is taken from the SCERT/NCERT class 88 science textbook.
Below you will get the complete lesson plan on Combustion which is in the Assamese language. This science lesson plan will be very helpful for those who are pursuing B.Ed. in Assamese medium.
বিজ্ঞান পাঠ পৰিকল্পনা – দহন | Lesson Plan on Combustion for B.Ed. in Assamese
বিদ্যালয়ঃ শ্ৰেণীঃ অষ্টম শিক্ষাৰ্থীৰ সংখ্যাঃ ৩০ গড় বয়সঃ ১৩+ সময়ঃ ৪০ মিনিট | বিষয়ঃ বিজ্ঞান বিষয়বস্তুঃ দহন পাঠ্যপুথিঃ বিজ্ঞান, NCERT/SCERT শিক্ষয়িত্ৰীঃ তাৰিখঃ |
সাধাৰণ উদ্দেশ্য: ১ নং পাঠ পৰিকল্পনাত উল্লেখ কৰা হৈছে ।



