In this post, you will get a free mock test for the upcoming Assam TET examination. This practice set is for the subject Environmental Science. This Mock Test is set for AssamTET on Environmental Science in the Assamese language. You will be able to test your preparation through this mock test.
ইয়াত অসম টেটৰ পৰিৱেশ অধ্যয়ন বিষয়ৰ পৰা আহিবলগিয়া সম্ভাৱ্য প্ৰশ্ন কিছুমান দিয়া হৈছে। এই প্ৰশ্ন বিলাক এটা Mock Testৰ সহায়ত দিয়া হৈছে। আপোনালোকে MCQ প্ৰশ্ন বিলাক সমাধান কৰি নিজকে পৰিৱেশ অধ্যয়ন বিষয়টোৰ প্ৰস্তুতি পৰিক্ষা কৰিব পাৰিব।

Environmental Science (পৰিৱেশ অধ্যয়ন) Mock Test For Assam TET
Online practice sets for Environmental Science is prepared accordingly with the syllabus of Assam TET(ATET) given by officials. In this practice set or online mock test series, we are trying to pick up some expected and conceptual questions for the upcoming Assam TET examination. This paper will cover both LP & UP syllabus for Environmental Science- পৰিৱেশ অধ্যয়ন. This mock test contains a total of 25 questions from the Environmental Science Syllabus.
এই পৰিৱেশ অধ্যয়নৰ প্ৰশ্ন সমূহ Assam TETৰ Syllabusৰ মতে লোৱা হৈছে। ইয়াত মুঠ ২৫টা অসম টেটৰ পৰিৱেশ অধ্যয়নৰ সম্ভাৱ্য প্ৰশ্নোত্তৰ দিয়া হৈছে। START buttonত click কৰি আৰম্ভ কৰক।
Environmental Science MCQ For Assam TET – পৰিৱেশ অধ্যয়নৰ সম্ভাৱ্য প্ৰশ্নোত্তৰ
1. “স্বৰাজ মোৰ জন্ম স্বত্ব” – এই বিখ্যাত উক্তি শাৰি কাৰ আছিল?
- A. মহাত্মা গান্ধী
- B. বাল গংগাধৰ তিলক
- C. সুভাশ চন্দ্ৰ বসু
- D. ৰবিন্দ্ৰ নাথ থাকুৰ
2. সংস্কৃতি আৰু পৰম্পৰাই তলৰ কোনটো বিষয়ত অৰিহনা যোগায় ?
- A. সমাজিক ভুল বুজবুজিৰ সৃষ্টি
- B. সমাজিক ঐতিহ্য আৰু পৰিচয়
- C. নৈতিক সমলন
- D. অৰ্থনৈতিক উন্নয়ন ব্যাহত কৰা
3. বৰ্তমান এশিঙীয়া গঁড়ৰ সংৰক্ষণ স্থিতি কি?
- A. বিলুপ্ত (Extinct)
- B. অতিশয় বিপন্ন (critically endangered)
- C. লুপ্তপ্ৰায় (endangered)
- D. স্পৰ্শকাতৰ (valunerable)
4. জিবাশ্ম ইন্ধনৰ উদাহৰণ :
- A. কয়লা আৰু ধাতু
- B. খাৰুৱা আৰু খনিজ পদাৰ্থ
- C. কয়লা প্ৰাকৃতিক গেছ আৰু খাৰুৱা তেল
- D. খনিজ পদাৰ্থ আৰু ধাতু
5. ফ্ল‘ৰাইদ প্ৰদুষণৰ দ্বাৰা মানুহৰ কি অংগা প্ৰথমে প্ৰভাৱিত হয়?
- A. গাৰ ছাল
- B. হাওঁফাও
- C. হৃদযন্ত্ৰ
- D. দাঁত
6. পৰিৱেশ (শংৰক্ষণ) আইন
- A. 1980
- B. 1984
- C. 1983
- D. 1982
7. কি যন্ত্ৰৰ দ্বাৰা বায়ুত প্ৰলম্বিত ধুলিকণাৰ পৰিমাণ জুখিব পাৰি?
- A. মেন’মিতাৰ
- B. বেৰ’মিতাৰ
- C. কনিমিতাৰ
- D. ফেথ’মিতাৰ
8. বৰ্তমান অসমৰ ৰাস্ত্ৰিয় উদ্যানৰ সংখ্যা :
- A. ৪
- B. ৬
- C. ৫
- D. ৭
9. তলৰ কোনটো ৰাষ্ট্ৰীয় উদ্যানত সংৰক্ষণ কৰা হয়?
- A. কেৱল উদ্ভিদ
- B. কেৱল প্ৰাণী
- C. উদ্ভিদ আৰু প্ৰাণী দুয়োটা
- D. কেৱল ফুল
10. তলৰ কোনটো পৰিৱেশ অধ্যয়নৰ বিষয় প্ৰসঙ্গ নহয়
- A. গাখীৰ
- B. পানী
- C. খাদ্য
- D. বাসস্থান
11. শিশুসকলৰ ধাৰণা বিকাশ কিদৰে হয়?
- A. পৰিয়ালৰ পৰিৱেশৰ অভিজ্ঞতা যোগেদি।
- B. সমনীয়াৰ লগত কৰা খেলা-ধুলা যোগেদি।
- C. বিদ্যালয়ৰ শ্ৰাব্য-দৃশ্য আহিলাৰ ব্যৱহাৰ যোগেদি।
- D. সকলোবোৰ
12. পৰিৱেশৰ কোনটো অংশৰ অধ্যয়নৰ বাবে বাস্তৱিক যাদুঘৰ (Virtual Maseum) এটা ICT সৰঞ্জাম হিচাপে ব্যৱহৃত হয়?
- A. মাটি পৰিৱেশন্ত্ৰ।
- B. সামুদ্ৰিক পৰিৱেশতন্ত্ৰ।
- C. বনজ পৰিৱেশতন্ত্ৰ।
- D. উপৰোক্ত এটাও নহয়।
13. পৰিৱেশ অধ্যয়ন শিকণৰ বাবে নিম্নোল্লিখিত কোনটো ICT সৰঞ্জাম ব্যৱসাৰ নহয়?
- A. গুগল আৰ্থ
- B. গুগল প্লে ষ্টোৰ
- C. বাস্তৱিক পৰিৱেশতান্ত্ৰিক পুখুৰী (Virtual Ecological Pond)
- D. বাস্তৱিক যাদুঘৰ (Virtual Museum)
14. উদ্ভিদ আৰু প্ৰাণীৰ মাজত থকা সম্পৰ্কৰ এটা মুখ্য কাৰণ হ‘ল –
- A. সহঅৱস্থান
- B. আশ্ৰয়
- C. খাদ্য
- D. পৰিস্থিতি
15. বিশ্ব বন দিৱস (Worls Forest Day )
- A. 21 জুন
- B. 21 মে
- C. 21 এপ্ৰিল
- D. 21 মাৰ্চ
16. সালোক–সংশ্লেষণ প্ৰক্ৰিয়াত কোনটো গেছ উৎপন্ন হয়?
- A. অক্সিজেন
- B. কৰ্বন ডাই অক্সাইড
- C. নাইট্ৰ’জেন
- D. হাইড্ৰজেন
17. কেতিয়া পৰিৱেশ শিক্ষাক SCERT য়ে স্কুলীয়া শিক্ষাৰ অপৰিহাৰ্য অংগ বুলি ধৰিছিল?
- A. ১৯৭৫
- B. ১৯৭৬
- C. ১৯৮৭
- D. সকলোবোৰ অশুদ্ধ
18. মাটি কালি অনুসৰি ভাৰতৰ বৃহত্তম আৰু ক্ষুদ্ৰতম ৰাজ্য দুখন হৈছে যথাক্ৰমে –
- A. ৰাজস্থান আৰু গোৱা
- B. ৰাজস্থান আৰু চিকিম
- C. উত্তৰ প্ৰদেশ আৰু গোৱা
- D. ৰাজস্থান আৰু গোৱা
19. জৈৱ গেছ হৈছে এবিধ প্ৰদুষণমুক্ত ইন্ধন, ইয়াৰ প্ৰধান উপাদান হৈছে –
- A. ক্ল’ৰিন, ফ্লৰিন, ব্ৰ’মিন
- B. হাইড্ৰ’জেন, অক্সিজেন, নাইট্ৰ’জেন
- C. হাইড্ৰ’জেন, কাৰ্বন ডাই-অক্সাইড, নাইট্ৰ’জেন
- D. মিথেন, কাৰ্বন ডাই-অক্সাইড, হাইড্ৰ’জেন আৰু হাইড্ৰ’জেন চালফাইড
20. বায়ুত প্ৰলম্বিত কণাৰ (SPM) সহনযোগ্য পৰিমাণ কি?
- A. প্ৰতি ঘনমিটাৰত ১০০ মাইক্ৰ’গ্ৰাম
- B. প্ৰতি ঘনছেন্টিমিটাৰত ১০০ মাইক্ৰ’গ্ৰাম
- C. প্ৰতি ঘনমিটাৰত ২০০ মাইক্ৰ’গ্ৰাম
- D. প্ৰতি ঘনছেন্টিমিটাৰত ১৫০ মাইক্ৰ’গ্ৰাম
21. তলৰ উল্লেখিত কোনটো মৌলিক কৰ্তব্য নহয়?
- A. সংবিধান মানি চলা
- B. দেশৰ ঐক্য-সংহতি ৰক্ষা কৰা
- C. নিজৰ ধৰ্ম ৰক্ষা কৰা
- D. ৰাজহুৱা সম্পত্তি ৰক্ষা কৰা
22. কি ধৰণৰ প্ৰানী সংৰক্ষণ কৰা উচিত?
- A. নীৰিহ প্ৰানী
- B. অৰ্থনৈতিকভাৱে লাভজনক প্ৰানী
- C. ভয়ানক প্ৰানী
- D. অৱলুপ্ত হৈ যাব ধৰা প্ৰানী
23. উত্তৰ পূৰ্বাঞ্চলৰ এবিধ লুপ্তপ্ৰায় উদ্ভিদ হৈছে–
- A. ভোতএৰা
- B. কলচি উদ্ভিদ
- C. আমলখি
- D. শিমলু
24. ভুমি অৱনমন (Land degradation) কি কাৰণে হ‘ব পাৰে?
- A. ভুমি প্ৰদুষণ
- B. জল আৱদ্ধকৰণ ( water logging)
- C. ভুমি শ্বলন (errosion)
- D. এই আটাইকেইটা হয়।
25. অ‘জন হোল (Ozone hole)
- A. অত্যন্ত গভীৰ
- B. পাৰ হৈ অনিষ্টকাৰী অতিবেগুনী ৰশ্মি ভূ-পৃষ্ঠত পৰেহি
- C. খালী চকুৰে দেখা যায়
- D. পাৰ হৈ বৰষুণ মাটিত পৰিব পাৰে
Answer Key | |
Q1 | বাল গংগাধৰ তিলক |
Q2 | সামাজিক ঐতিহ্য আৰু পৰিচয় |
Q3 | স্পৰ্শকাতৰ (Vulnerable) |
Q4 | কয়লা প্ৰাকৃতিক গেছ আৰু খাৰুৱা তেল |
Q5 | দাঁত |
Q6 | 1980 |
Q7 | কনিমিতাৰ |
Q8 | ৫ |
Q9 | উদ্ভিদ আৰু প্ৰাণী দুয়োটা |
Q10 | গাখীৰ |
Q11 | সকলোবোৰ |
Q12 | সামুদ্ৰিক পৰিৱেশতন্ত্ৰ |
Q13 | গুগল প্লে ষ্টোৰ |
Q14 | খাদ্য |
Q15 | ২১ মাৰ্চ |
Q16 | অক্সিজেন |
Q17 | ১৯৭৫ |
Q18 | ৰাজস্থান আৰু গোৱা |
Q19 | মিথেন, কাৰ্বন ডাই-অক্সাইড, হাইড্ৰ’জেন চালফাইড |
Q20 | প্ৰতি ঘনমিটাৰত ১০০ মাইক্ৰ’গ্ৰাম |
Q21 | নিজৰ ধৰ্ম ৰক্ষা কৰা |
Q22 | অৱলুপ্ত হৈ যাব ধৰা প্ৰাণী |
Q23 | কলচি উদ্ভিদ |
Q24 | এই অটাইকেইটা হয় |
Q25 | পাৰ হৈ অনিষ্টকাৰী অতিবেগুনী ৰশ্মি ভূ-পৃষ্ঠত পৰেহি |
Assam TET MCQ For Environmental Science (পৰিৱেশ অধ্যয়ন) – PDF
This is the PDF version of the above MCQs of Environmental Science for the Assam TET Lp and Up examination.
Environment-MCQNote: The information provided by this blog from the sources is believed to be reliable and true. However, the owner is not responsible for the absolute accuracy of any information published and the loss suffered thereafter.