Assam TET Mock Test – শিশু বিকাশ আৰু শিকণ বিজ্ঞান

As Assam TET (ATET) examination is near, you have to prepare for the exam thoroughly. One of the best ways to test the preparation is by giving Mock Text. Here I am providing a free Mock Test for Child Development and Pedagogy ( শিশু বিকাশ আৰু শিকণ বিজ্ঞান ) for the upcoming Assam TET examination.

In this Free Mock test Paper for the upcoming Assam TET examination. We are trying to cover the full syllabus of Child Development and Pedagogy (শিশু বিকাশ আৰু শিকণ বিজ্ঞান) given by officials. ইয়াত অসম টেটৰ বাবে শিশু বিকাশ আৰু শিকণ বিজ্ঞান পেপাৰ খনৰ বাবে কিছুমান সম্ভাৱ্য প্ৰশ্নোত্তৰ দিয়া হৈছে। এই Child Development and Pedagogy Mock Test জৰিয়তে নিজকে পৰিক্ষা কৰিব পাৰিব।

Child Development and Pedagogy (শিশু বিকাশ আৰু শিকণ বিজ্ঞান) Practice Sets For Assam TET

In this practice sets for Child Development and Pedagogy, there are 15 questions in total. These questions are according to the official syllabus of Assam TET for this paper. In the future, more questions will be added to this mock test.

এই শিশু বিকাশ আৰু শিকণ বিজ্ঞানৰ Mock Test টোত ১৫ প্ৰশ্ন দিয়া হৈছে । ইয়াত শিশু বিকাশ আৰু শিকণ বিজ্ঞান পেপাৰ খনৰ সম্ভাৱ্য প্ৰশ্ন উত্তৰ সৈতে আপোনালোকে পাব।

468
Created on

Assam TET Free Mock Test - শিশু বিকাশ আৰু শিকণ বিজ্ঞান

Total Questions: 15

1 / 15

প্ৰত্যক ব্যক্তিৰ ক্ষেত্ৰত প্ৰকৃত পৰিৱেশৰ (Nature-Nurture) পাৰস্পৰিক প্ৰভাৱ এক প্ৰকাৰ অসাধৰণ আৰু অনন্য - উক্তিটো আগবঢ়াইছিল -

2 / 15

শিশুৰ ক্ষেত্ৰত অস্বাভাৱিকতা আহিব পাৰে -

3 / 15

শিশুৰ যৌন অনুভূতিৰ উপায় হৈছে মুখ সম্বন্ধীয় (Oral), মলদ্বাৰ সম্বন্ধীয় (Anus) আৰু অনুভূতি সম্বন্ধীয় (Skin Sensation) - উক্তিটো আগবঢ়াইছিল -

4 / 15

বুদ্ধি হৈছে জীৱনৰ নতুন নতুন সমস্যা আৰু অৱস্থাবোৰ অনুকুলন কৰি তুলিব পৰা সাধাৰণ মানসিক ক্ষমতা" - মতামতটো আছিল -

5 / 15

বুদ্ধিৰ প্ৰথম পৰিক্ষা নিৰ্ণয় কৰা হৈছিল -

6 / 15

"আগ্ৰহ হ'ল গতিশীল মনোভাৱ" - কথাষাৰ -

7 / 15

নাৰ্ছাৰী স্কুলৰ পেতিষ্ঠাপক আছিল -

8 / 15

ফ্ৰয়েডৰ মতে - শৈশৱ কালত শিশুৰ যৌন চেতনা -

9 / 15

এটা শিশুক নৱজাতক পৰ্যায়ত ধৰা হয় -

10 / 15

তলৰ কোনটো আচৰণ শিশুৰ সমস্যাজৰ্জৰ আচৰণত নপৰে -

11 / 15

শিশুৰ মনোযোগহীনতা হ'ল এক প্ৰকাৰ -

12 / 15

তলৰ কোনটো কৈশোৰ কালৰ বৈশিষ্ট্য নহয় ?

13 / 15

ছোৱালী ঋতুমতী আৰু ল'ৰা বীৰ্যধাৰী হৈ উঠে -

14 / 15

"প্ৰশ্ন সোধাৰ বয়স" বুলি বিকাশৰ কোনটো স্তৰক কোৱা হয় ?

15 / 15

তলৰ কোনটো শৈশৱ কালৰ বিকাশৰ বৈশিষ্ট্য নহয় ?

Your score is

The average score is 62%

0%

The information provided by this blog from the sources is believed to be reliable and true. However, the owner is not responsible for the absolute accuracy of any information published and the loss suffered thereafter.

5 thoughts on “Assam TET Mock Test – শিশু বিকাশ আৰু শিকণ বিজ্ঞান”

Leave a Reply

Your email address will not be published. Required fields are marked *